• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাষ্ট্ৰসংঘত পাকিস্তানক তুলা-ধুনা ভাৰতীয় প্ৰতিনিধি কাজল ভাটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2021 3:20 pm
Indian Representative Kajal Bhat strongly criticizes Pakistan at UN
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে পাকিস্তানৰ পৰা উদ্ভৱ হোৱা সীমান্তপাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰি যাব। ৰাষ্ট্ৰসংঘত এইদৰে দৃঢ় স্থিতি স্পষ্ট কৰে ভাৰতক প্ৰতিনিধিত্ব কৰা কাজল ভাটে।

“ভাৰতে পাকিস্তানকে ধৰি সকলো দেশৰ সৈতে স্বাভাৱিক চুবুৰীয়া সম্পৰ্ক বিচাৰে আৰু চিমলা চুক্তি আৰু লাহোৰ ঘোষণা অনুসৰি দ্বিপাক্ষিক আৰু শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।” ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ পৰামৰ্শদাতা কাজল ভাটে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কয়।

অৱশ্যে যিকোনো অৰ্থপূৰ্ণ আলোচনা কেৱল সন্ত্ৰাস, শত্ৰুতা আৰু হিংসামুক্ত পৰিৱেশত হে অনুষ্ঠিত কৰিব পাৰি বুলি উল্লেখ কৰি ভাটে কয়, “এনে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ দায়িত্ব পাকিস্তানৰ ওপৰত। তেতিয়ালৈকে ভাৰতে সীমান্তৰ ইপাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি থাকিব।”

Apply Now

ইছলামাবাদে ১৫ ৰাষ্ট্ৰৰ পৰিষদত কাশ্মীৰ সমস্যা উত্থাপন কৰাৰ পিছত ভাৰতে কালি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এইদৰে পাকিস্তানক প্ৰত্যুত্তৰ দিয়ে।

“এইয়া প্ৰথম বাৰৰ বাবে নহয় যে পাকিস্তানৰ প্ৰতিনিধিয়ে ভাৰতৰ বিৰুদ্ধে মিছা আৰু বিদ্বেষপূৰ্ণ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰদান কৰা মঞ্চৰ অপব্যৱহাৰ কৰিছে আৰু বিশ্বৰ মনোযোগ পাকিস্তানৰ বিধ্বস্ত অৱস্থাৰ পৰা আঁতৰাই নিবলৈ বৃথা চেষ্টা কৰিছে, যিখন দেশত সন্ত্ৰাসবাদীয়ে মুক্ত জীৱন উপভোগ কৰে; আনহাতে সাধাৰণ মানুহৰ জীৱন, বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ জীৱন দৰ্দশাগ্ৰস্ত হৈ পৰে। ” ভাটে লগতে কয়।

ৰাষ্ট্ৰসংঘত পাকিস্তানৰ ৰাষ্ট্ৰদূত মুনিৰ আক্ৰামে ‘প্ৰতিৰোধমূলক কূটনীতিৰ জৰিয়তে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা’’ সন্দৰ্ভত মুকলি বিতৰ্কৰ সময়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত জম্মু-কাশ্মীৰ সমস্যা উত্থাপন কৰাৰ পিছত শ্ৰীমতী ভাটে এই প্ৰত্যুত্তৰ জনায়।

ভাটে তেওঁৰ মন্তব্যত কয় যে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ অৱগত যে পাকিস্তানে সন্ত্ৰাসবাদীসকলক আশ্ৰয় দিয়া, সহায় কৰা আৰু সক্ৰিয়ভাৱে সমৰ্থন কৰাৰ এক প্ৰতিষ্ঠিত ইতিহাস আৰু নীতি আছে।

ভাটে লগতে কয়, “পাকিস্তান এনে এখন দেশ, যিখন দেশক ৰাজ্যিক নীতিৰ বিষয় হিচাপে সন্ত্ৰাসবাদীসকলক মুকলিকৈ সমৰ্থন, প্ৰশিক্ষণ, বিত্তীয় যোগান আৰু সশস্ত্ৰ কৰা দেশ হিচাপে বিশ্বব্যাপী স্বীকৃতি দিয়া হৈছে। ই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰা সৰ্বাধিক সংখ্যক সন্ত্ৰাসবাদীক আতিথ্য দিয়াৰ দুৰ্লভ অভিলেখ ৰচিছে।”

ভাৰতৰ স্থিতি স্পষ্টভাৱে উল্লেখ কৰি তেওঁ কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখৰ সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আছিল আৰু থাকিব।

তদুপৰি ভাৰতে পাকিস্তানক ইয়াৰ অবৈধ দখলৰ অধীনৰ সকলো অঞ্চল তৎক্ষণাৎ খালী কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd