• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Farm Law গণতন্ত্ৰক হানি কৰি পুঁজিপতিক সহায় কৰা আইন যাতে দ্বিতীয় বাৰ নাহে: দেৱব্ৰত শইকীয়া

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
November 19, 2021 12:52 pm
Debabrata-Saikia22-750x375

দেবব্রত শইকীয়া। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Farm Law অৱশেষত জয়ী হ’ল দেশৰ প্ৰতিবাদী কৃষক। তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ কথা  ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

শুকুৰবাৰে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণত বৃহৎ ঘোষণা কৰি সমগ্ৰ দেশতে তোলপাৰ লগোৱা তিনি কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে।

কৃষকক সকলো আন্দোলন প্ৰত্যাহাৰ কৰি ঘৰলৈ উভতি যাবলৈ আহ্বান জনায় মোদীয়ে। ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে এই ৩ খন কৃষি আইন গৃহীত কৰিছিল। তাৰ পাছৰে পৰাই দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদত নামি পৰিছিল।

Apply Now

এই কৃষি আইন বাতিল হোৱাৰ পাছতেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়া এই বিষয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে।

Also Read: Farm Law জয় কিষাণ! অৱশেষত বাতিল কৃষি আইন; কৃষকক পথাৰলৈ ঘুৰি অহাৰ আহ্বান মোদীৰ

তেওঁ কয়, “গণতন্ত্ৰক হানি কৰি পুঁজিপতিক সহায় কৰা আইন যাতে দ্বিতীয় বাৰ নাহে। আমাৰ দেশৰ মূল শক্তিৰ ভিতৰত কৃষকৰ শক্তি অন্যতম। নৰেন্দ্ৰ মোদীৰ এই বিজেপি চৰকাৰখনে বলপূৰ্বকভাবে ৩ খন আইন আনিছিল। লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰী নিয়ন্ত্ৰণৰ আইনখনো বাতিল কৰিছিল এইখন বিজেপি চৰকাৰে।‘’

তেওঁ কয় যে এই আইনৰ বিৰুদ্ধে কৃষকে আন্দোলন কৰাৰ লগতে বিৰোধীয়েও প্ৰতিবাদ কৰা দেখা পোৱা গৈছিল যাৰ ফলত উচ্চতম ন্যায়ালয়ে ২০২১ চনত এই আইন তিনিখন বলবৎ কৰাত বাধা প্ৰয়োগ কৰিছিল।

উল্লেখ্য যে ৭০০শতকৈও অধিক কৃষকে চৰকাৰৰ বিৰুদ্ধে শান্তিপূৰ্ণ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ পাছতো তেখেতসকলৰ মাজত প্ৰাণ হানি হোৱা দেখা পোৱা গ’ল।

Also Read: Teachers Cruelty বিদ্যালয়ত শিশু ছাত্ৰক তালিবানী শাস্তি শিক্ষকৰ; হাজোৰ বামুন্দীত প্ৰতিক্ৰিয়া

শেহতীয়াকৈ লখিমপুৰতো শান্তিপূৰ্ণভাবে কৃষক সকলে কৰা প্ৰতিবাদত গুলিচালনা কৰিছিল কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্য মন্ত্ৰীৰ পুত্ৰই।

শইকীয়াই  লগতে কয়, ‘’কৃষকৰ ওপৰত এইখন বিজেপি চৰকাৰে ব্ৰিটিছৰ নিচিনা অত্যাচাৰ চলোৱা দেখা পোৱা গৈছে। অৱশেষত এইখন বিজেপি চৰকাৰে এই আইন কেইখন কৃষক বিৰোধী অৰ্থনীতি বিৰোধী বুলি মানিবলৈ বাধ্য হ’ল।‘’

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd