• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা, ২০২১

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 19, 2021 7:32 pm
317
VIEWS
Share on FacebookShare on Twitter

প্ৰতি বছৰৰ দৰে এইবাৰো দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস ২০২১।

কামৰূপ মহানগৰ জিলা পুঁথিভঁৰালত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা ২০২১ প্ৰদান কৰা হ’ব।

নৰ্থ ইষ্ট নাওৰ জ্যেষ্ঠ সাংবাদিক কল্পজ্যোতি শইকীয়াও এই বঁটাৰ বাবে মনোনীত হৈছে।

ৰাজ্যিক ভিত্তিত বঁটা প্ৰাপক সকল ক্ৰমে, সুশান্ত বিশ্ব শৰ্মা,আৰক্ষী অধীক্ষক, দৰং জিলা, ৰবীন ব’ৰ, বিশিষ্ট চিত্রশিল্পী, লীনা দলে SP, বিশ্বনাথ জিলা, দ্বীপান্বিতা জয়চোৱাল Managing Director, DY365, মৈত্রেয়ী ডেকা DSP, দুর্নীতি নিবাৰক শাখা,
মৃন্ময় দাস SDPO, কলিয়াবৰ, পিনাকী মিত্র, অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া, ললিত গগৈ ,জ্যেষ্ঠ সাংবাদিক, অসমীয়া প্রতিদিন, কিৰণ কুমাৰ গগৈ ,মুখ্য সম্পাদক, E NEWS NE, ড° প্রসন্ন মল্ল বুজৰবৰুৱা বিশিষ্ট চিকিৎসক, কুঞ্জ মোহন ৰায় জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী, সব্যসাচী কাশ্যপ, মহকুমাধিপতি, নাজিৰা, পংকজ কুমাৰ দত্ত জ্যেষ্ঠ সাংবাদিক, ভাস্কৰজ্যোতি শৰ্মা জ্যেষ্ঠ সাংবাদিক, মবলিক ব্রহ্ম,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, খটখটি থানা, ভাস্কৰজ্যোতি বৰুৱা প্রকল্প সঞ্চালক, ওদালগুৰি, সন্তোষ ফুকন, বন বিষয়া, বেণী মাধৱ বৰুৱা, জিলা কৃষি বিষয়া, যোৰহাট, কুমুদ বৰা, বিশিষ্ট সাংবাদিক, উৎপল বৰা, জ্যেষ্ঠ সাংবাদিক, ভৈৰৱ মুণ্ডা ,জ্যেষ্ঠ সাংবাদিক, হিমাংশু চহৰীয়া, জ্যেষ্ঠ সাংবাদিক, অনিমেষ নাথ, জ্যেষ্ঠ সাংবাদিক, ৰাতুল ৰঞ্জন চৌধুৰী, জ্যেষ্ঠ সাংবাদিক, ভূৱন চেতিয়া, জ্যেষ্ঠ সাংবাদিক, কুশল শইকীয়া, জ্যেষ্ঠ সাংবাদিক, ৰাজীৱ শৰ্মা জ্যেষ্ঠ সাংবাদিক, ধুবুৰী, জয়ন্ত ভূঞা, জ্যেষ্ঠ সাংবাদিক,আশীষ মালাকাৰ,সাংবাদিক, ধৰ্মেন্দ্ৰ ফুকন সভাপতি, অইল ডিলিং এণ্ড প্রডাক্‌চন, বিপুল মজুমদাৰ ভিডিঅ’ জার্নেলিষ্ট, দিপেন ভৰালী, সাংবাদিক, দিব্য ৰঞ্জন বৰা, ৰাজ্যিক সহকাৰী কৰ আয়ুক্ত, বৰ চিং বে আৰক্ষী জোৱান, মঃ বাবুজান হাজৰিকা,সমাজসেৱক ৰঘু মাহাতু।

এই সন্দৰ্ভত দুর্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে সংগঠনটোৱে ২০১৭ বৰ্ষৰ পৰা ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় দুর্নীতি বিৰোধী দিৱস উদযাপন কৰাৰ লগতে প্ৰতি বছৰে ৰাজ্যৰ বিভিন্ন দুর্নীতিৰ বিৰুদ্ধে সজাগ সচেতন, চৰকাৰী-বেচৰকাৰী ব্যক্তিক আন্তঃৰাষ্ট্ৰীয় দুর্নীতি বিৰোধী বঁটাৰে সন্মানিত কৰি আহিছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd