• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India vs New Zealand: ৰোহিত-ৰাহুলৰ দমনীয় বেটিঙেৰে দ্বিতীয়খন টী-২০ত ৭উইকেটত জয়ী টীম ইণ্ডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 7:43 am
India vs Newzealand
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India vs New Zealand নিউজিলেণ্ডৰ বিৰুদ্ধে ৰাঁচীত শুকুৰবাৰে খেলা দ্বিতীয়খন টী-২০ মেচত ৭ উইকেটত জয়লাভ কৰিছে টীম ইণ্ডিয়াই। ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ দমনীয় বেটিঙেৰে অনায়াসে মেচত বিজয় সাৱ্যস্ত কৰে ভাৰতে।

এতিয়া দেওবাৰে ইডেন গাৰ্ডেনত খেলিবলগীয়া ছিৰিজৰ তৃতীয় তথা অন্তিমখন মেচখন একপ্ৰকাৰ নিয়মৰক্ষাৰ খেললৈ পৰিণত হ’ল।

শেহতীয়া টী-২০ বিশ্বকাপত কেন উইলিয়ামছনৰ নেতৃত্বৰ নিউজিলেণ্ডৰ হাতত পৰাজিত হৈয়েই একপ্ৰকাৰ কোহলিৰ টীম ইণ্ডিয়াই বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল।

Apply Now

ইয়াৰ পাছতেই ভাৰতীয় ক্ৰিকেটত আৰম্ভ হয় দ্ৰাবিড়-ৰোহিত যুগৰ আৰু জয়পুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচতেই নতুন টীম-ইণ্ডিয়াই মধুৰ প্ৰতিশোধ লয়।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

শুকুৰবাৰে ৰাঁচীত টীম ইণ্ডিয়াই ৰাহুল-ৰোহিতৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে ছিৰিজ নিশ্চিত কৰে। ৰোহিতে অধিনায়কত্বৰ দায়িত্ব লৈয়ো দলক বিজয় দিব পৰাৰ দৃষ্টান্ত দাঙি ধৰাই নহয়, নিজৰ ২৫তম টী-২০ অৰ্দ্ধশতকো সম্পূৰ্ণ কৰিলে।

ৰোহিত শৰ্মাই ৫৫ আৰু কে এল ৰাহুলে ৬৫ৰাণ কৰে। ৰাঁচীত সূৰ্যকুমাৰ যাদব ব্যৰ্থ হয়। মাত্ৰ ১ৰাণ কৰিয়েই পেভলিয়নলৈ উভতি যায় প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকী।

টিম ছাউডিয়ে ভাৰতীয় বেটিঙত আঘাত হানিবলৈ আৰম্ভ কৰা সময়লৈকে বহু দেৰি হৈ গৈছিল। তদুপৰি, স্ক’ৰবোৰ্ডত ১৫৩ ৰাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দি ভাৰতীয় বেটিঙক প্ৰত্যাহ্বান জনোৱাৰ ভুল কৰি থৈছিল নিউজিলেণ্ডে।

Also Read: Operation against drugs মহানগৰীৰ দাঁতিকাষৰীয়া বৰ্ণিহাটত আৰক্ষীয়ে জব্দ কৰিলে ৪ কোটি টকা মূল্যৰ হেৰ’ইন, তিনিজনক আটক

টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি গুপ্তিল আৰু মিচেলে নিউজিলেণ্ডৰ বাবে আৰম্ভণিটো ভালেই কৰিছিল। দুয়োজনেই ৩১ৰাণকৈ কৰে। কিন্তু ভাৰতীয় পেচ আৰু স্পীনৰ আগত তিষ্ঠিব নোৱাৰিলে নিউজিলেণ্ডৰ মিডল অৰ্ডাৰ।

গ্লেন ফিলিপছে কিছু প্ৰচেষ্টা চলায় যদিও গুৰুত্বপূৰ্ণ সমত হৰ্ষল পেটেলে তেওঁৰ উইকেটটো দখল কৰে। হৰ্ষলে দুটা উইকেট দখল কৰাৰ বিপৰীতে ভুৱনেশ্বৰ, দীপক চাহাৰ, অক্ষৰ পেটেল আৰু অশ্বিনে এটাকৈ উইকেট লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd