• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৰুজনাৰ সৃষ্টিৰে উজলি উঠিল হাটবৰৰ ৰাস; দুই মুছলমান যুৱকে গোপী সাজি কৰিলে অভিনয়

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
November 20, 2021 11:46 am
Rass special kaliiabor

ফটো: নৰ্থইষ্ট নাও।

150
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যজুৰি গুৰুজনাৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত শ্ৰী কৃষ্ণৰ ৰাসলীলা উলহ মালহৰে পালন হৈ আছে।

ৰাজ্যৰ গাঁৱে ভূঞে এতিয়া ৰাসকলৈ উখল মাখল পৰিবেশ। ব্যতিক্ৰম নহয় কৰিয়াবৰো।কলিয়াবৰতো উলহ মালহৰে ৰাসলীলা অনুষ্ঠিত হৈ আহিছে।

ইয়াৰ মাজতে কলিয়াবৰৰ এখন বিশেষ ৰাসে সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে। হাটবৰত হাজাৰ সমিতিয়ে অনুষ্ঠিত কৰা হাজাৰৰ ল’ৰা ৰাসে সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে।

কিয়নো গুৰুজনাৰ সৃষ্টিৰাজিক সমন্বয়ৰ বাট দেখুৱাই দুজনকৈ মুছলমান ধৰ্মাৱলম্বী যুৱকে সুন্দৰভাৱে গোপীৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে মৰম বুটলিবলৈ সক্ষম হয়।

Also Read: ৰাধা-কৃষ্ণ মাজে, গোপী সৱ নাচে! চন্দ্ৰাৱলী নিশা ৰাসৰ আনন্দত মুখৰ ৰঙিয়াৰ তৰণী

যুৱক দুজনৰ দৃষ্টিত সংস্কৃতিৰ বহল পথাৰখনত কোনোধৰণৰ ভেদাভেদ থাকিব নালাগে। ভাতৃত্বৰ এনাজৰীৰে বান্ধ খাই হিন্দু মুছলমানৰ সমন্বয়ৰ বাৰ্তা অটুট ৰাখিবলৈ হ’লে এনেদৰে সংস্কৃতিৰ বহল পথাৰখনত সকলোৱে এক হৈ কাম কৰি যাব লাগিব বুলি মত প্ৰকাশ কৰে যুৱকদ্বয়ে। 

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd