• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰসংগ মূল্যবৃদ্ধিঃ বিধায়ক আৱাসৰ পৰা বিধানসভালৈ কংগ্ৰেছ বিধায়কৰ প্ৰতিবাদী সমদল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2018 1:15 pm
Protest

প্ৰতিনিধিত্বমূলক চিত্ৰ

127
VIEWS
Share on FacebookShare on Twitter

নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিয়ে জনসাধাৰণ জুৰুলা কৰাৰ সময়তে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে। শেহতীয়াভাৱে  পেট্ৰল আৰু ডিজেলৰ মূল্য আকাশলংঘীকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ সেয়েহে ইয়াৰ প্ৰতিবাদত আজি অসম বিধানসভা চৌহদত কংগ্ৰেছ বিধায়কসকলে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷

বৃহস্পতিবাৰে বিধায়ক আৱাসৰ পৰা অসম বিধানসভালৈ সমদল কৰি কংগ্ৰেছ বিধায়কসকলে পেট্ৰল-ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰাত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে ৷

আনহাতে বৃহস্পতিবাৰে এই বিষয়ত সদনত আলোচনা বিচাৰিব বুলিও প্ৰকাশ কৰিছে কংগ্ৰেছৰ এটা শীৰ্ষ সূত্ৰই৷  বিধায়কসকলে প্ৰতিবাদ কৰাৰ সময়ত মূল্যবৃদ্ধি ৰোধ কৰক, মোডী চৰকাৰ হায় হায় আদি শ্ল’গান দিয়াও পৰিলক্ষিত হয়৷

পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সকলো অভিলেখ ভংগ কৰাত দেশৰ জনসাধৰণ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ বিধায়ক সকলে ইয়াৰ ফলত ৰাইজৰ জীৱন ধাৰণত জটিল সমস্যা আহি পৰিছে বুলি উল্লেখ কৰে।

মূল্যবৃদ্ধি প্ৰসংগত কংগ্ৰেছ নিমাত হৈ থকা বুলি সততে চৰ্চা চলাৰ সময়তে কংগ্ৰেছ বিধায়ক সকলে আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd