• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Darshan Nalkande দুৰ্দান্ত! হেট্ৰিকসহ চাৰিটা বলত চাৰিটা উইকেট লৈ অভিলেখ গঢ়িলে এইগৰাকী ভাৰতীয় বলাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2021 7:45 am
darshan_nalkande. Hattrick

দর্শন নালকাণ্ডে।

352
VIEWS
Share on FacebookShare on Twitter

Darshan Nalkande শ্ৰীলংকাৰ বিধ্বংসী পেচাৰ লাচিথ মালিংগাই বহুদিন পূৰ্বে আন্তৰ্জাতিক ক্ৰিকেটত হেট্ৰিকসহ একেৰাহে চাৰিটা বলত চাৰিটা উইকেট দখল কৰিছিল। যোৱা টী-২০ বিশ্বকাপত আয়াৰলেণ্ডৰ কেম্পহাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে একেই অভিলেখ গঢ়ে।

এইবাৰ ঘৰুৱা টী-২০ টুৰ্ণামেন্টত এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে একেদৰে হেট্ৰিকসহ চাৰিটা বলত চাৰিটা উইকেট দখল কৰি অভিলেখ গঢ়িছে।

চৈয়দ মুস্তাক আলী ট্ৰফীত কৰ্ণাটকৰ বিৰুদ্ধে ছেমিফাইনেলত ইনিংছৰ অন্তিম অভাৰত বলিং কৰি একেৰাহে চাৰিটা উইকেট দখল কৰে বিদৰ্ভৰ দৰ্শন নালকাণ্ডেই।

দৰ্শনে তেওঁৰ অভাৰটোৰ দ্বিতীয়টো বলত অনিৰুদ্ধ যোশীক আউট কৰাৰ পাছত তৃতীয়টো বলত বি আৰ শৰতক পেভলিয়নলৈ পঠায়। তাৰপাছতে জগদীশ সূচীতক আউট কৰি হেট্ৰিক সম্পূৰ্ণ কৰে দৰ্শনে। সেইদৰে, চতুৰ্থ বলত অভিনৱ মনোহৰৰ উইকেট দখল কৰে বিদৰ্ভৰ ক্ৰিকেটাৰগৰাকী।

Also Read: ৰাজ্যত ১ লাখ নিবনুৱাৰ নিযুক্তি; তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে গঠন দুখন সুকীয়া কমিটি

দৰ্শন নালকাণ্ডেই খেলখনত মুঠতে ৪ অভাৰ বল কৰি ২৮ ৰাণৰ বিনিময়ত ৪টা উইকেট দখল কৰে।

উল্লেখ্য যে ঘৰুৱা টী-২০ ক্ৰিকেটত কোনো ভাৰতীয় বলাৰে একেৰাহে চাৰিটা বলত চাৰিটা উইকেট লোৱাৰ অভিলেখ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে কৰ্ণাটকৰ অভিমন্যু মিথুনেও এনে অভিলেখ গঢ়িছে।

মিথুনে ২০১৯চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীৰ ছেমিফাইনেলত হাৰিয়ানাৰ বিৰুদ্ধে ইনিংছৰ অন্তিম অভাৰত একেৰাহে চাৰিটা বলত চাৰিটা উইকেট দখল কৰিছিল।

Also Read: পুনৰ ক্ৰিকেট ফিল্ডত নামিব দাদা! ঘৰুৱা ইডেন গাৰ্ডেনত ক্ৰিকেট ফিল্ডলৈ প্ৰত্যাৱৰ্তন ঘটিব সৌৰভ গাঙ্গুলীৰ!

আনহাতে, চলিত চৈয়দ মুস্তাক আলী ট্ৰফীতে বিদৰ্ভৰ অক্ষয় কাৰ্ণেৱাৰে গ্ৰুপ মেচৰ এখন খেলত ছিকিমৰ বিৰুদ্ধে হেট্ৰিক কৰিছিল।  

Recent News

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd