• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

‘হিন্দী ভাষাৰ জ্ঞানে এক সুবিধাজনক স্থিতিত ৰাখিব যুৱক-যুৱতীক’- কোনে ক’লে এই কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2021 9:11 pm
Meghalaya CM Conrad Sangma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দেওবাৰে ৰাজ্যখনৰ যুৱসকলক ভাষাৰ বাধা অতিক্ৰম কৰিবলৈ আৰু ভাৰতৰ আন প্ৰান্তত নিযুক্তি লাভ কৰিবলৈ হিন্দী শিকিবলৈ আহ্বান জনাই কয় যে উত্তৰ-পূব ভাৰতৰ বহুতো ৰাজ্যত হিন্দীয়ে প্ৰাপ্য মনোযোগ নাপায়।

কেন্দ্ৰীয় হিন্দী প্ৰতিষ্ঠানৰ শ্বিলং কেন্দ্ৰৰ এটা নতুন ভৱন উদ্বোধন অনুষ্ঠানত ভাষণ দি চাংমাই হিন্দীত কয়, “উত্তৰ-পূবৰ বহুতো ৰাজ্যত হিন্দীয়ে পৰ্যাপ্ত মনোযোগ নিদিয়ে। যেতিয়ালৈকে আমি ভাষাৰ বাধা অতিক্ৰম কৰিবলৈ সক্ষম নহওঁ, নিযুক্তি এটা সমস্যা হ’ব। হিন্দীয়ে যুৱ সকলক এক সুবিধাজনক স্থিতিত ৰাখিব।”

তদুপৰি তেওঁ কেন্দ্ৰক সংবিধানৰ অষ্টম অনুসূচীত গাৰো আৰু খাচী ভাষা অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। স্থানীয় ভাষাসমূহক অঞ্চলটোৰ লোকসকলৰ পৰিচয় বুলি অভিহিত কৰি তেওঁ স্থানীয় ভাষাৰ সংৰক্ষণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়।

Apply Now

অনুষ্ঠানটোত উপস্থিত থকা শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে টুইটাৰ যোগে চাংমাৰ ভাষণটি প্ৰচাৰ কৰি ভাষণটি শুনিবলৈ আহ্বান জনায়।

 

कल शिलांग में केंद्रीय हिंदी संस्थान के नए भवन के उद्घाटन के अवसर पर मुख्यमंत्री श्री @SangmaConrad के उद्बोधन के अंश साझा कर रहा हूँ।

हिंदी व भारतीय भाषाओं के महत्व,मूल भाषाओं के प्रसार में युवाओं की भागीदारी जैसी कई बातें उन्होंने बहुत ही सहजता से उल्लेख किया है। ज़रूर सुनिए। pic.twitter.com/JvnUT1asDK

— Dharmendra Pradhan (@dpradhanbjp) November 22, 2021

তেওঁ লগতে কয়, “যুৱসকলক কি প্ৰয়োজন? গৌৰৱ? আত্মসন্মান? তাৰ বাবে, এজন অৰ্থনৈতিকভাৱে স্বতন্ত্ৰ হোৱা প্ৰয়োজন।”

তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০-ত মাতৃভাষা আৰু ভাৰতীয় ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে উত্তৰ-পূবৰ আন এখন ৰাজ্য মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাঙ্গাই গৃহমন্ত্ৰী অমিত শ্বাহলৈ এজন মিজোভাষী লোকক ৰাজ্যৰ মুখ্য সচিব হিচাপে নিযুক্তি দিবলৈ পত্ৰ লিখিছিল।

তেওঁ উল্লেখ কৰিছিল যে তেওঁৰ ৰাজ্যৰ মন্ত্ৰীসকল তথা জনসাধাৰণে হিন্দী আৰু ইংৰাজী ভাষা নাজানে। সেয়ে ৰাজ্যত এজন মিজোভাষী লোকক মুখ্য সচিব হিচাপে নিযুক্তি দিব লাগে। মিজোৰ কাৰ্যকৰী জ্ঞান অবিহনে ৰাজ্যখনৰ শীৰ্ষ আমোলা দক্ষ নহ’ব বুলি তেওঁ উল্লেখ কৰিছিল।

এনে সময়তে উত্তৰ-পূবৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হিন্দী ভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰাটো লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd