• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Katrina-Vicky’s marriage: কেটৰিনা-ভিকিৰ বিয়ালৈ আমন্ত্ৰিত কোনো লোকে কৰিব নোৱাৰিব এই কাম ফেৰা, কি কাম?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 25, 2021 7:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Katrina Kaif বলীউদৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাঈফৰ বিয়া ।

বয়ফ্ৰেইণ্ড ভিকি কৌশলৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব কেটৰিনা।
শেহতীয়াকৈ শুনা গৈছে যে অহা ডিচেম্বৰতেই ভিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া হ’বলৈ গৈছে।

বাগৰি অহা খবৰ অনুসৰি ৭-১২ ডিচেম্বৰলৈ চলিব কেটৰিনা-ভিকিৰ বিবাহৰ নানান অনুষ্ঠান।

যি অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব দেশৰ জনপ্ৰিয় চিত্ৰ তাৰকাসকলৰ লগতে নামী-দামী উদ্যোগপতি আৰু অন্যান্য বহু লোকক।
ৰাজস্থানৰ জয়পুৰৰ ছিক্স ছেন্স ফ’ৰ্ট বাওৰাৰ বিলাসী ৰিজ’ৰ্টতেই এই যুগলৰ বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।

Apply Now

জানিব পৰা মতে কেটৰিনা-ভিকিৰ বিবাহ অনুষ্ঠানলৈ আমন্ত্ৰিতসকলে তেওঁলোকৰ লগত মোবাইল ফোন নিব নোৱাৰিব।

মোবাইল ফোনেৰে বিবাহ অনুষ্ঠানৰ বিভিন্ন দৃশ্য বন্দী কৰি সেয়া ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিব বুলি ধাৰণা কৰিয়েই এনে ব্যৱস্থা হাতত হোৱা হৈছে বুলি কেটৰিনা-ভিকিৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে কেটৰিনা-ভিকিয়ে তেওঁলোকৰ বিবাহ অনুষ্ঠানটোৰ ক্ষেত্ৰত কিছু ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰি চলিব বিচাৰিছে।

তদুপৰি সুৰক্ষাজনিত কাৰণতো তেওঁলোকে বিবাহ অনুষ্ঠানত মোবাইল ফোন নিয়াটো নিষিদ্ধ কৰিব বিচাৰিছে।

ইতিমধ্যে কেটৰিনা-ভিকিৰ ১০ জনীয়া দল এটাই ৰাজস্থানৰ জয়পুৰৰ ছিক্স ছেন্স ফ’ৰ্ট বাওৰাৰ বিলাসী ৰিজ’ৰ্টত গৈ উপস্থিত হৈছে আৰু অনুষ্ঠানৰ প্ৰস্তুতিৰ তদাৰক কৰিছে।

ইপিনে, বিয়াৰ আগে আগে চলমান খানৰ সৈতে নিজৰ আহিবলগীয়া ছবি ‘টাইগাৰ থ্ৰী’ক লৈ ভীষণ ব্যস্ত হৈ পৰিছে কেটৰিনা।

সূত্ৰসমূহৰ মতে, বিয়াৰ পাছতে নিজৰ নাম সলনি কৰিব পাৰে কেটৰিনা কাঈফে।

আহিবলগীয়া ছবি টাইগাৰ থ্ৰী’ৰ প্ৰমোচন, ছবিখনৰ মুক্তিৰ পূৰ্বেই যদি অভিনেত্ৰীগৰাকী বিবাহপাশত আৱদ্ধ হয়, তেতিয়াহ’লে ছবিৰ প্ৰমোচন, ট্ৰেলাৰৰ পৰা আৰম্ভ কৰি সকলোতেই নিজৰ নাম সলনি কৰি কেটৰিনা কাঈফ কৌশল ৰাখিব পাৰে অভিনেত্ৰীগৰাকীয়ে।

বাতৰি অনুসৰি, কেটৰিনা-ভিকিৰ বিয়াত বলীউদৰ বহু অভিনেতা উপস্থিত নথকাৰ সম্ভাৱনা আছে।

ইয়াৰ ভিতৰত পূৰ্বতে কেটৰিনাৰ সৈতে ৰোমান্টিক সম্পৰ্কত জড়িত হৈ পৰা বা নাম জড়িত হৈ পৰা কেইবাগৰাকীও চেলিব্ৰেটি এই বিয়াত উপস্থিত নাথাকিব পাৰে।

কেটৰিনা-ভিকিৰ বিয়া খনকলৈ দেশৰ সংবাদ মাধ্যমকে ধৰি অন্যান্য বহু ক্ষেত্ৰৰ লোকৰ মাজত চৰ্চা চলি আছে যদিও এই বিষয়ত ৰাজহুৱাকৈ কোনো মন্তব্য কৰা নাই অভিনেত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd