• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫০ হাজাৰ সমৰ্থকৰ ‘জয় আই অসম’ ধ্বনিৰ মাজত প্ৰধান মন্ত্ৰী মোদীক আহ্বান অগপ সভাপতিৰ : হিন্দু বাংলাদেশীৰ বোজা অসমক নিদিব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 5, 2018 6:32 pm
Guwahati- AGP Booth workers Sanmilan
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৫০ হাজাৰ অগপ (AGP) কৰ্মীক ‘সাক্ষী কৰি হিন্দু বাংলাদেশীৰ বোজা অসমক জাপি দিয়া প্ৰক্ৰিয়া বাতিল’ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি ৫ এপ্ৰিলত আহ্বান জনাই অসমৰ মিত্ৰ চৰকাৰৰ মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰাই। হাজাৰ-হাজাৰ অগপ কৰ্মী-সমৰ্থকৰ ‘জয় আই অসম’ ধ্বনিৰ মাজত প্ৰধান মন্ত্ৰীক ব্ৰহ্মপুত্ৰকো গংগাৰ দৰে একে দৃষ্টিৰে চাবলৈ অনুৰোধ কৰি ‘গংগাত যিদৰে বৃহৎ নদীবান্ধ হোৱা নাই, ঠিক সেইদৰে ব্ৰহ্মপুত্ৰটো আমি বৃহৎ নদীবান্ধ হ’বলৈ নিদিওঁ’ বুলি অংগীকাৰ দোহাৰে নেতাজনে।

‘বিদেশীক স্বদেশী কৰাৰ কুচকাৱাজ আমি মানি নলওঁ’ বুলি ঘোষণা কৰি পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত বৃহস্পতিবাৰে হোৱা অগপৰ বুথ সন্মিলনখনত বৰাই কয় ‘১৯৭১ চনৰ পিছত অহা হিন্দু বা মুছলিম কোনো লোককে আমি নাগৰিকত্ব দিব নোৱাৰো। ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰা নীতি আমি মানি ল’ব নোৱাৰো। অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হোৱাটো বিচাৰো। এই কথাখিনি আমি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কৈছো।’

Apply Now

দলৰ নেতৃত্ব হিচাপে যি কৰিলে অসম গণ পৰিষদ শক্তিশালী হয় তাকে কৰিবলৈ সাজু বুলি ঘোষণা কৰি অগপ নেতাজনে কয়, ‘আমি মন্ত্ৰী হৈ আছো, কিন্তু মন্ত্ৰিত্ব ত্যাগ কৰিবলে এক ছেকেণ্ডো নালাগে।’

অগপ দল ধৰ্মনিৰপেক্ষ আৰু ই হাইকমাণ্ডৰ নহয় তৃণমূল কৰ্মীৰহে দল বুলি দাবী কৰি নেতাজনে কয় যে কৰ্মীসকলে নিবিচাৰিলে অহাবাৰ নিৰ্বাচনত মিত্ৰজোঁটত নেখেলো।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছে বুলি উল্লেখ কৰি বৰাই কয়, ‘অসম গণ পৰিষদ যিহেতু চৰকাৰৰ অংশীদাৰ, গতিকে খুব ভালদৰে অসমবাসীয়ে আমাক নিৰীক্ষণ কৰি আছে। অগপই আগন্তুক পঞ্চায়ত নিৰ্বাচনত উজ্জীৱিত ৰূপ ধাৰণ কৰিব লাগিব।’

‘এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া অতি সুন্দৰভাৱে চলি আছে’ বুলি মন্তব্য কৰি কিছুমান দল-সংগঠনৰ কিছু নেতাই বিতৰ্কিত মন্তব্য প্ৰদান কৰিছে বুলি বৰাই মন্তব্য কৰে।

অসমত শেহতীয়াকৈ মহিলাৰ ওপৰত বাঢ়ি অহা নিৰ্যাতনৰ প্ৰসংগত ‘নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে দলে ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ’ কৰা বুলি উল্লেখ কৰি তেওঁ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক এই বিষয়টোৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

ভাষণত নেতাগৰাকীয়ে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা আৰু ৰাজ্যৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

দুৰ্নীতিৰ বিৰুদ্ধে বৰ্তমানৰ অসম চৰকাৰে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বুলি দাবী কৰি ‘কংগ্ৰেছ দল স্বাধীনতাৰ পিছৰে পৰা শাসনৰ গাদী দখল কৰি যি অনিয়ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ কৰি গ’ল সেই কথা আমি এতিয়াও পাহৰি যোৱা নাই’ বুলি কংগ্ৰেছ দলক সমালোচনা কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd