• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Accident at Kaliabhomora Bridge কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি পথৰ ওপৰতে বাগৰিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক; যানজঁটত আৱদ্ধ এম্বুলেন্স

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
November 26, 2021 7:56 am
Kaliabhomora accident

ফটো: নৰ্থইষ্ট নাও।

485
VIEWS
Share on FacebookShare on Twitter

Accident at Kaliabhomora Bridge পুৱতি নিশা কলিয়াভোমোৰা সেঁতুত পুনৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে।দলঙৰ ৰেলিং ভাঙি পথৰ ওপৰতে বাগৰি পৰিল এখন ট্ৰাক।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ NL 01A B 3444 । ট্ৰাকখনে এখন নম্বৰ প্লেটবিহীন মালবাহী টাটা মেজিকক খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

বৰ্তমানো সন্ধানহীন ট্ৰাকখনৰ হেণ্ডিমেনজন। দুৰ্ঘটনাটোৰ ফলত আবদ্ধ হৈ পৰে দুয়োপাৰৰ যানবাহনসমূহ।

উল্লেখযোগ্য যে যোৱা ২২ নবেম্বৰত এখন ট্ৰাক দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰাৰ পিছত আজি পুনৰ এই দুৰ্ঘটনাটো সংঘটিত হয়।

Also Read: Accident at Kaliabhomora Bridge কলীয়াভোমোৰা সেঁতুত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

ঘটনাস্থলীত তেজপুৰ আৰক্ষীৰ লগতে কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

আনহাতে, সন্ধানহীন হেণ্ডিমেন জনৰ নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ আৰক্ষী।

Accident Kaliabhomora.png1

হেণ্ডিমেন জন কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰিৰ দিলীপ তাছা বুলি জানিব পৰা গৈছে। বৰ্তমান শোণিতপুৰ আৰক্ষীয়ে হেণ্ডিমেনজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

ইপিনে, দুর্ঘটনাস্থলীত আন এক হৃদয় বিদাৰক দৃশ্য দেখা পোৱা গ’ল।

কলিয়াভোমোৰা সেঁতুত দুর্ঘটনাগ্ৰস্ত বাহন পৰি ৰোৱাত নগাঁও-তেজপুৰ দুয়ো দিশ সম্পূৰ্ণ বন্ধ হৈ পৰাত এম্বুলেন্স সেৱাত অনা ৰোগী আৰু মৃতদেহ মাজবাটতে সলনা সলনি কৰি নিব লগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হয়।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd