• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Demand for Chilarai University: মুখ্যমন্ত্ৰীক সোঁৱৰাই দিলে প্ৰতিশ্ৰুতি; গোলকগঞ্জত চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ দাবীৰে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

এন ই নাও নিউজ, ধুবুৰী by এন ই নাও নিউজ, ধুবুৰী
November 28, 2021 12:25 pm
Chilarai College.demand for University

ফটো: নৰ্থইষ্ট নাও।

348
VIEWS
Share on FacebookShare on Twitter

Demand for Chilarai University নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী গোলকগঞ্জত আক্ৰাছুৰ শ্বহীদ দিৱসত আহি  প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ শেষত পোন প্ৰথমে গোলকগঞ্জত চিলাৰায় বিশ্ববিদ্যালয় স্থাপন কৰা হব।

কিন্তু শেহতীয়া কৈ ৰাজ্যত ছয়খনকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ ঘোষণা কৰে যদিও তাত চিলাৰায় বিশ্ববিদ্যালয়ৰ নাম ঘোষণা নকৰাত বিভিন্ন দল সংগঠনৰ লগতে চিলাৰায় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও মহাবিদ্যালয় খনৰ সম্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে।

অতি শীঘ্ৰেই মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ দাবী জনাইছে ছাত্ৰ-ছাত্ৰী সকলে।

Also Read: Cell Culture Laboratory Inaugurated গুৱাহাটীৰ জি আই পি এছৰ চৌহদত গৱেষণাৰ বাবে “চেল কালচাৰ” লেবৰেটৰী স্থাপন

যিহেতু নামনি অসম তথা ধুবুৰী জিলা শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা তেনেক্ষেত্ৰত ধুবুৰী জিলাত বিশ্ববিদ্যালয়খন স্থাপন কৰিলে বহুতো ছাত্ৰ-ছাত্ৰীৰ সুবিধা হব লগতে শিক্ষাৰ ক্ষেত্ৰত ধুবুৰী জিলা বহুত আগবাঢ়ি যাব।

ধুবুৰী জিলা আক্ৰাছুৰ যুৱ নেতা তথা চিলাৰায় কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনায়। 

Recent News

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd