• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

PGSU Election Result of GU: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা; ৫ টা পদত বিজয়ী NSUI

সাধাৰণ সম্পাদককে ধৰি ৫ টা পদত বিজয়ী NSUI; ছাত্ৰ মুক্তিয়ে দখল কৰিলে উপ সভাপতিৰ পদ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 1, 2021 6:52 pm
WhatsApp Image 2021-12-01 at 6.33.23 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

PGSU Election Result of GU বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২১-২২ বৰ্ষৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল।

ফলাফল অনুসৰি সভাপতি পদত আছুৰ হেমেন কলিতাই জয়লাভ কৰে।

উপ সভাপতি পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নবদ্বীপ বৰগোহাঁইয়ে জয় লাভ কৰে।

Apply Now

ঠিক সেইদৰে সাধাৰণ সম্পাদক পদত NSUI ৰ বিকি শৰ্মাই জয়লাভ কৰে।

সহকাৰী সাধাৰণ সম্পাদক পদত জয়লাভ কৰে NSUI ৰ ৰশ্মি কলিতাই।

ইয়াৰোপৰি, তৰ্ক আৰু আলোচনা বিভাগত অসম ছাত্ৰ পৰিষদৰ ভাস্বতী দেৱীয়ে জয় লাভ কৰে।

Also Read: বহিৰাগতৰ হাতত অসমতেই অপমানিত অসমীয়া; শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা অসমৰ প্ৰতিবাদ

আনহাতে, সাহিত্য সম্পাদকৰ পদত জয় লাভ কৰে NSUI ৰ জ্ঞান প্ৰতিম শৰ্মাই।

সাংস্কৃতিক সম্পাদক পদত অসম ছাত্ৰ পৰিষদৰ দিশা শৰ্মাই জয়লাভ কৰে।

তদুপৰি, সাধাৰণ ক্ৰীড়া সম্পাদক পদত NSUI ৰ গণেশ বড়োৱে জয়লাভ কৰে।

গুৰু ক্ৰীড়া বিভাগত জয়লাভ কৰে ABVP ৰ খৰামদাও বসুমতাৰীয়ে ।

Also Read:চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

লঘু ক্ৰীড়া বিভাগত আছুৰ বিক্ৰম হাজৰিকাই জয়লাভ কৰে।

শৰীৰ চৰ্চা সম্পাদক পদত জয়লাভ কৰে আছুৰ পল্লব হাজৰিকাই।

সমাজ সেৱা সম্পাদক বিভাগত NSUIৰ বিষুৱ মেধিয়ে জয়লাভ কৰে। সংগীত সম্পাদক পদত আছুৰ প্ৰত্যাশি কলিতাই জয়লাভ কৰে।

ছাত্ৰী জিৰণি কোঠাৰ সম্পাদক পদত জয়লাভ কৰে ABVP ৰ মুন মল্লিকে।

Also Read:Omicron Threat: দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহা ৬ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’না

ছাত্ৰ জিৰণি কোঠাত অসম ছাত্ৰ পৰিষদৰ অবিড আৰমান তপদাৰে জয়লাভ কৰে।

সৰ্বমুঠ NSUI ৰ ৫ টা পদত জয়লাভ কৰাৰ বিপৰীতে আছুৰ ৪ টা পদত, অসম ছাত্ৰ পৰিষদে ৩ টা, ABVP য়ে দুটা পদত আৰু SMSS য়ে ১ টা পদ লাভ কৰিবলৈ সক্ষম হয়। 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd