DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Omicron Threat: দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহা ৬ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’না

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2021 5:45 pm
12d6c1fb-dbaf-4677-909e-2bb4948902d3_1920x1080
160
VIEWS
Share on FacebookShare on Twitter

Omicron Threat কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰনে আতংকৰ সৃষ্টি কৰিছে।বিশ্বৰ কেইবাখনো দেশত কৰ’না এই ভেৰিয়েন্ট বিয়পি পৰিছে।  

তাৰ মাজতেই এই ভেৰিয়েন্টৰ দ্বাৰা অধিক আক্ৰান্ত তালিকাত থকা দেশৰ পৰা ভাৰতলৈ অহা লোকৰ দেহত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি।

দক্ষিণ আফ্ৰিকাকে ধৰি আন অ’মিক্ৰন সংক্ৰমিত দেশৰ পৰা ভাৰতলৈ অহা ৬জন লোকৰ দেহত কৰ’না পজিটিভ পোৱা গৈছে।

মহাৰাষ্ট্ৰত চিনাক্ত হৈছে এই ছয়জন কৰ’না পজিটিভ লোক। অৱশ্যে তেওঁলোক অ’মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হৈছে নে নাই সেয়া নিশ্চিত হোৱা নাই।

Also Read: প্ৰাপ্য বিচাৰি বৰপেটা জিলাৰ ক’ভিড কোৱাৰেন্টাইন চাফাইকৰ্মীৰ চাইকেলেৰে দিছপুৰ যাত্ৰা

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে, কৰ’না পজিটিভ লোককেইজনৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে সদৰী কৰা মতে মহাৰাষ্ট্ৰলৈ যি ছয়জন লোক আহিছে তেওঁলোক প্ৰধানকৈ মুম্বাই কৰ্পোৰেশ্যন, কল্যান-দমবিভালি কৰ্পোৰেশ্যন, মীৰা-ভাণ্ডাৰ কৰ্পোৰেশ্যন আৰু পুনেৰ বাসিন্দা। লগতে দুজন যাত্ৰী নাইজেৰিয়াৰ পৰা আহিছে।

আফ্ৰিকাৰ দেশসমূহৰ পৰা অহা এই লোকসকলে ক’ত ক’ত গৈছিল, কাৰ সংস্পৰ্শলৈ আহিছিল তাৰ সন্ধান চলাই থকা হৈছে।

Also Read: খুলশালীক বলাৎকাৰ ভিনিয়েকৰ; মাৰ্ঘেৰিটাৰ নামদাঙত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লম্পট ভিনিয়েকক

আনহাতে, বাতৰি অনুসৰি দিল্লীতো অ’মিক্ৰন সংক্ৰমিত দেশসমূহৰ পৰা ৪খন বিমানত ১হাজাৰ ১৩জন লোক আহি উপস্থিত হৈছে। তেওঁলোকৰ সকলোৰে ক’ভিড টেষ্ট কৰা হৈছে আৰু আৰটি-পিচিআৰ ৰিপ’ৰ্টৰ ফলাফললৈ অপেক্ষা কৰা হৈছে।        

Recent News

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd