DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাপ্য বিচাৰি বৰপেটা জিলাৰ ক’ভিড কোৱাৰেন্টাইন চাফাইকৰ্মীৰ চাইকেলেৰে দিছপুৰ যাত্ৰা

পুলেন্দ্র দাস, বৰপেটা by পুলেন্দ্র দাস, বৰপেটা
December 1, 2021 3:52 pm
Cleaning workers

ফটো: নৰ্থইষ্ট নাও।

121
VIEWS
Share on FacebookShare on Twitter

ক’ভিডৰ জটিল সময়ত নিজৰ জীৱনক তুচ্চ  কৰি বৰপেটা জিলাৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰত চাফাইকৰ্মী হিচাপে সেৱা আগবঢ়াই অহাৰ পিচতো প্ৰাপ্য মৰ্যাদা নোপোৱা একাংশ চাফাইকৰ্মীয়ে আজি চাইকেলেৰে দিছপুৰ যাত্ৰা আৰম্ভ কৰে ৷

আজি পুৱাই বৰপেটা জিলাৰ ক’ভিড কোৱাৰেন্টাইন চাফাইকৰ্মীসকলে চাইকেলেৰে দিছপুৰ যাত্ৰা আৰম্ভ কৰে।

বৰপেটা জিলাৰ কোৱাৰেন্টাইন চাফাইকৰ্মী সকলে প্ৰথমে চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মিলিত হয়।

তাৰ পাছতে মুখ্যমন্ত্ৰীক লগ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰে চাইকেল যাত্ৰা।

Also Read: খুলশালীক বলাৎকাৰ ভিনিয়েকৰ; মাৰ্ঘেৰিটাৰ নামদাঙত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লম্পট ভিনিয়েকক

ক’ভিডৰ জটিল সময়ত নিজৰ জীৱনক তুচ্চ কৰি জিলাখনৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰত চাফাইকৰ্মী হিচাপে সেৱা আগবঢ়াই অহাৰ পাছত প্ৰাপ্য মৰ্যাদা নোপোৱা বুলি আক্ষেপ কৰে চাফাইকর্মীসকলে।

চাফাইকৰ্মীসকলে তেওঁলোকৰ বিভিন্ন সমস্যা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অবগত কৰাৰ উদ্দেশ্যে চাইকেলেৰে দিছপুৰ যাত্ৰা উলিওৱা বুলি উল্লেখ কৰে।

Recent News

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd