• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘কংগ্ৰেছে অবিহনে ইউপিএ আত্মাহীন’: মমতা বেনাৰ্জীক প্ৰত্যুত্তৰ কংগ্ৰেছ নেতৃত্বৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2021 8:22 pm
Congress slam Mamata Banerjee
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউপিএ)ৰ অস্তিত্ব নাই বুলি ঘোষণা কৰাৰ পিছতে কংগ্ৰেছ নেতাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

মুম্বাইত এনচিপি ৰ মুৰব্বী শৰদ পাৱাৰৰ সৈতে হোৱা বৈঠকৰ পিছত বেনাৰ্জীয়ে বুধবাৰে কংগ্ৰেছক সমালোচনা কৰি কয় যে দেশত এতিয়া ফেচিবাদৰ পৰিৱেশ বিৰাজ কৰিছে। ইয়াৰ বিৰুদ্ধে এটা শক্তিশালী বিকল্প দিয়া প্ৰয়োজন। কোনেও এইয়া অকলে কৰিব নোৱাৰে। যিসকল শক্তিশালী তেওঁলোকক একেলগে লোৱা উচিত।

Apply Now

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মমতা বেনাৰ্জীয়ে এতিয়া ইউপিএ- ৰ কোনো অস্তিত্ব নাই বুলি মন্তব্য কৰি অন্য এক মৰ্চা গঠনৰ সিদ্ধান্ত লোৱা হ’ব বুলি ঘোষণা কৰিছিল।

ইয়াৰ পিছতে মমতা বেনাৰ্জীৰ মন্তব্যৰ সমালোচনা কৰে কংগ্ৰেছ নেতৃত্বই। জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল চিবালে বৃহস্পতিবাৰে কয় যে কংগ্ৰেছ অবিহনে ইউপিএ আত্মা বিহীন এটা সংস্থা হ’ব আৰু দৃঢ়তাৰে কয় যে বিৰোধীঐক্য প্ৰদৰ্শন কৰাৰ সময় আহি পৰিছে।

ইফালে লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে মমতা বেনাৰ্জীৰ মন্তব্যই বিভাজন আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰে। “মমতা বেনাৰ্জীয়ে নাজানে নেকি ইউপিএ কি? মই ভাবো তেওঁ বিভাজন আৰম্ভ কৰিছে।” তেওঁ কৈছিল।

তেওঁ লগতে কয় যে মমতা বেনাৰ্জীয়ে ভাবে যে সমগ্ৰ ভাৰতে ‘মমতা, মমতা’ উচ্চাৰণ কৰা আৰম্ভ কৰিছে। কিন্তু ভাৰতৰ অৰ্থ কেৱল বেংগল আৰু বেংগলৰ অৰ্থ ভাৰত নহয়।

কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা মহাৰাষ্ট্ৰৰ ৰাজহ মন্ত্ৰী বালাচাহেব থোৰাটে কয় যে কংগ্ৰেছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ উৎপীড়নৰ বিৰুদ্ধে কৰা যুঁজৰ বিষয়ে দেশ ভালদৰে অৱগত।

“কোনো ব্যক্তিগত দলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাহুল গান্ধীক সমালোচনা কৰি বিজেপিৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰে যদিহে সেই দলে ইয়াৰ ৰাজনৈতিক লাভ আৰু ব্যক্তিগত উচ্চাকাংক্ষাৰ বিষয়ে চিন্তা কৰি থাকে। দেশ আৰু গণতন্ত্ৰৰ বাবে কংগ্ৰেছ হৈছে একমাত্ৰ কাৰ্যকৰী বিকল্প।” তেওঁ কয়।

ৰাজ্যসভাত কংগ্ৰেছৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে কয়, “আমি তৃণমূল কংগ্ৰেছক বিভিন্ন সামাজিক-ৰাজনৈতিক বিষয়ত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছো। বিৰোধী বিভক্ত হ’ব নালাগে আৰু নিজৰ মাজত যুঁজ দিব নালাগে। আমি একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগিব।”

জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক চৱনে কৈছিল যে দেশৰ সকলো বিজেপি বিৰোধী দলৰ বাবে কেন্দ্ৰৰ ‘ডিভাইদ এণ্ড ৰুল’ নীতি সমৰ্থন কৰা ৰাজনীতিত লিপ্ত নোহোৱাটো অপৰিহাৰ্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd