• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক নিৰ্বাচন আয়োগে পৌৰ নিগম নিৰ্বাচন সম্পৰ্কত সৰ্বদলীয় সভা আহ্বান কৰক;প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
December 3, 2021 2:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল আয়োজন কৰি প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কত সৰ্বদলীয় সভা আহ্বান কৰিবলৈ দাবী জনায়।

ৰাজ্যিক নিৰ্বাচন আয়োগ,ৰাজ্য চৰকাৰ আৰু পৌৰ নিগম কৰ্তৃপক্ষৰ সুকীয়া সুকীয়া স্থিতিৰ অন্তৰালত কি ৰহস্য আছে বুলিও প্ৰশ্ন সাংসদগৰাকীয়ে।

লগতে এৰিয়া সভাৰ নিৰ্বাচন সম্পৰ্কত চৰকাৰ নিমাত কিয় বুলিও প্ৰশ্ন কৰে শৰ্মাই।

শেষৰবাৰলৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২০১০ চনত অনুষ্ঠিত হৈছিল আৰু ২০১৮ চনৰ ৩১ জুলাই নিৰ্বাচিত স্থানীয় চৰকাৰখনৰ কাৰ্যকালৰ অন্ত পৰিল।

২০১৮ চনৰ পৰা ২০২১ চনৰ শেষলৈকে বিজেপি চৰকাৰে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ থাকিল। ক্ষমতাৰ বিকেন্দ্রীকৰণৰ পৰিবৰ্তে ক্ষমতা কুক্ষগত কৰাৰ স্বাৰ্থতে এই সাংবিধানিক বিধি-ব্যৱস্থা নস্যাৎ ক’ৰা হ’ল নেকি?

স্থানীয় চৰকাৰ বা পৌৰ নিগমপৌৰ সভাৰ বাবে আইন প্রণয়ন কৰা, সংশোধন কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আৰু ৱাৰ্ড-ডিলিমিটেন, ভোটাৰ তালিকা প্রস্তুত আৰু নির্বাচন পৰিচালনাৰ দায়িত্ব ৰাজ্যিক নির্বাচন আয়োগৰ।

কিন্তু গুৱাহাটীৰ পৌৰ নিগমৰ নির্বাচন সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নির্বাচন আয়োগৰ স্থিতিৰ কোনো মিল নাই।
নির্বাচন কেতিয়া হ’ব, কিমানটা ৱাৰ্ডত এইবাৰ হ’ব, সেইবোৰ পাকে প্ৰকাৰে ৰাজহুৱা কৰি আছে, কিন্তু ৰাজ্য চৰকাৰে আৰু এই ক্ষেত্র নির্বাচন আযোগ সম্পূর্ণ মৌন।

একাংশ সংবাদ মাধ্যমে চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি বাতৰি প্রকাশ কৰিছে যে গুৱাহাটী পৌৰ নিগমৰ বাবে এইবাৰ ৫০ টা ৱাৰ্ডত নির্বাচন হ’ব।
ইফালে পৌৰ নিগমৰ উৎসৰ খবৰ মতে এইবাৰ ৫৪ টা ৱাৰ্ডত নিৰ্বাচন পতাৰ মানসেৰে ডিলিমিটেচন জোন প্রস্তুত কৰি ৰাজ্য চৰকাৰৰ সন্নিবিষ্ট বিভাগলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। এতিয়া প্ৰশ্ন হয়— সঁচা কোনটো?

ইয়াৰ বিপৰীতে আকৌ ৰাজ্যিক নির্বাচন আয়ুক্তই যোৱা মাহত (নৱেম্বৰ) বাতৰি কাকতত ৰাজহুৱা বিজ্ঞাপন দি গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে বাৰ্ড ভিত্তিত ভোটাৰ তালিকা প্রস্তুত, সংশোধনৰ বাবে ৩১ টা ৱাৰ্ডত ৩১ গৰাকী পঞ্জীয়ন বিষয়া নিযুক্তি দিছে বুলি প্ৰকাশ কৰিছিল।

আপাত দৃষ্টিত ইয়াৰ পৰা বুজা যায় যে নির্বাচন আয়োগে ৩১ টা বাৰ্ডৰ বাবে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।
ৰাজ্যিক নিৰ্বাচন আয়োগ, চৰকাৰে এতিয়াও স্পষ্ট কৰা নাই ‘ এৰিয়া সভাৰ নিৰ্বাচন হ’বনে নহয়।
কংগ্ৰেছ দলে নিম্নোক্ত বিষয় সমূহত ৰাজ্য চৰকাৰৰ স্পষ্ট উত্তৰ দাবী কৰিছে –

১) নিগম, নিকায় সমূহৰ নিৰ্বাচন পৰিচালনাৰ বাবে এই পর্যন্ত ৰাজ্য চৰকাৰে ৰাজ্যিক নির্বাচন আয়োগক কিমান টকা মোকলাই দিছে?

২)“জৱাহৰলাল নেহৰু নেছনেল আৰবান ৰিনিউবেল মিচন”ৰ পুঁজি লাভ কৰাৰ পূর্বে কেন্দ্রীয় চৰকাৰৰ নগৰ নগৰ উন্নয়ন বিভাগ, ৰাজ্য চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ মাজত সম্পন্ন চুক্তি মতে ৰাজ্য চৰকাৰে স্থানীয় চৰকাৰ (পৌৰ নিগম) এলেকাৰ চৰকাৰী বিভাগৰ সংমণ্ডলসমূহসহ গুৱাহাটী পৌৰ নিগমলৈ হস্তান্তৰ কৰিলেনে? এই সম্পৰ্কত ৰাজপত্রিত জাননী জাৰি হ’লনে?

৩)গুৱাহাটী স্মার্ট-চিটি প্রকল্পত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচিত প্রতিনিধি, আয়ুক্ত, বিষয়া-কৰ্মচাৰীৰ অস্তিত্ব নাই কিয়?
8) গুৱাহাটী উন্নয়নৰ নামত অহা শ শ কোটি টকা মেয়ৰ, কাউন্সিলৰ, নিগমৰ বিষয়া-কৰ্মচাৰীক জৰিত নকৰাকৈ হৰলুকি কৰাৰ উপযুক্ত তদন্ত কৰিবলৈ মুখ্যমন্ত্রী তথা ৰাজ্য চৰকাৰে সাহস দেখুৱাব নে?

৫)গুৱাহাটী উন্নয়নৰ নামত বিগত ২০ বছৰে খৰচ হোৱা ধনৰ পৰিমাণ আঁচনি সহকাৰে উল্লেখ কৰি অসম চৰকাৰে এখন শ্বেতপত্র প্রকাশ কৰক।

গুৱাহাটী পৌৰ নিগমৰ নির্বাচন সম্পৰ্কত ৰাজ্যিক নির্বাচন আয়োগে তাৎক্ষণিকভাবে এখন সর্বদলীয় সভা অনুষ্ঠিত কৰি সকলো বিষয় পৰিষ্কাৰ কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছে দাবী জনায়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd