• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Man-elephant conflict: খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ; ওদালগুৰিৰ আটাৰিখাটত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

চাজিদ খান, ওদালগুৰি by চাজিদ খান, ওদালগুৰি
December 7, 2021 9:09 am
Wild elephant killed

ফটো: নৰ্থইষ্ট নাও।

147
VIEWS
Share on FacebookShare on Twitter

Man-elephant conflict ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত। ওদালগুৰিৰ আটাৰিখাটত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ এই সংঘাতে।

আটাৰিখাটৰ ২ নং ৰজাগড়ত সোমবাৰে বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এজন লোক। নিহত ব্যক্তিজনৰ নাম মাণিক প্ৰজা(৫৫)।

ইপিনে, হাতী-মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈ পৰিছে ৰাজ্যৰ বিয়াগোম বন বিভাগ।

এপিনে নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আৰু আনহাতে ইয়াৰ মাজতে বিভিন্ন কাৰণত বন্যহস্তীয়েও অকাল মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে।

Also Read: Encounter: নগাঁৱত গুলীবিদ্ধ ম’ষ্ট ৱান্টেড আব্দুল বাছেট ওৰফে ইফু; আৰক্ষীৰ মূৰৰ কামোৰণি এক অধ্যায়ৰ সামৰণি!

খাদ্যৰ সন্ধানত ওলাই অহা বৃহৎ বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি খেতি বাতি ধ্বংস কৰা ৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰি আহিছে।

হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ তথা বিটিচি চৰকাৰক আহ্বান জনাইছে বিপৰ্যস্তস্থানীয় ৰাইজে।

Recent News

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd