• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Big Land Scam:মুখ্যমন্ত্ৰীৰ পত্নী আইনৰ কি ধাৰাত গ্ৰেপ্তাৰ হ’ব লাগে? ক’লে অখিল গগৈয়ে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 11, 2021 8:05 am
Akhil vs CM family
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Big Land Scam মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীক লৈ সৰৱ হৈছে বিধায়ক অখিল গগৈ। কি কি গোচৰত গ্ৰেপ্তাৰ হ’ব লাগে ৰিণিকি ভূঞা শৰ্মা? মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলোৱা মুখ্যমন্ত্ৰীৰ সাহস হ’ব নে নিজৰ পত্নী-পুত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ?

শুকুৰবাৰে মুখ্যমন্ত্ৰী পত্নীৰ কোম্পানীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ। সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে গগৈ।

উক্ত সংবাদমেলতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভুঞা শৰ্মাৰ বিৰুদ্ধে কি কি ধাৰাত গোচৰ ৰুজু হৈ গ্ৰেপ্তাৰ হ’ব লাগে তাৰো খাতিয়ান দাঙি ধৰে বিধায়কজনে।

Apply Now

ভূমি সংক্ৰান্তীয় বে-আইনী কাৰ্য্য সংঘটিত কৰাৰ পৰিণাম কি? চৰকাৰী ভূমি বে-আইনীভাৱে নিজৰ কৰিলে কি কি গোচৰৰে দণ্ডিত হ’ব পাৰে লোকগৰাকী? সেয়া বিতংভাৱে ক’লে অখিল গগৈয়ে।

Also Read: Cabinet Decisions: অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত শুকুৰবাৰে কি কি সিদ্ধান্ত লোৱা হ’ল?

মুখ্যমন্ত্ৰীৰ পত্নীক প্ৰবঞ্চকৰ ধাৰাত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় অখিল গগৈয়ে।

 যদিহে প্ৰবঞ্চক হিচাপে ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰাত গোচৰ ৰুজু কৰিবলৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ সাহস নহয় তেনেহ’লে ২৯ বিঘা ৯ লেছা মাটি আত্মসমৰ্পন কৰি চৰকাৰক ঘূৰাই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে অখিল গগৈয়ে।

চৰকাৰক উক্ত মাটি ঘূৰাই দি অসমবাসী ৰাইজক হাত যোৰ কৰি মুখ্যমন্ত্ৰী আৰু পৰিয়ালক ক্ষমা খুজিবলৈ আহ্বান জনায় অখিল গগৈয়ে।

ইপিনে, অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

অখিল গগৈৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে ২০০৯ চনৰে পৰা মুখ্যমন্ত্ৰীৰ পত্নীক চকু দি আহিছে অখিলে।গাড়ী এখন কিনিলেও চকু দিয়ে অখিলে। সন্মুখত হিমালয় আহিলেও ভাঙি দিব মুখ্যমন্ত্ৰী হিমন্তই।

Also Read: Sex Racket Busted: দেহ ব্যৱসায় চক্ৰ উৎখাত; উদ্ধাৰ কৰা পাঁচগৰাকীৰ ভিতৰত আছে নাবালিকাও

মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতে তেওঁক হাঁহি হাঁহি প্ৰত্যুত্তৰ দিলে অখিল গগৈয়ে।

অখিলে কয় “অসমৰ মুখ্যমন্ত্ৰী ইমান নিম্নলৈকে কেনেকৈ যাব পাৰে? নিজৰ পত্নীক বাজিত ৰাখিছে মুখ্যমন্ত্ৰীয়ে। আৰু এয়া ৰামায়ণ-মহাভাৰতৰ যুগৰ পাছত বিৰল।”

অৱশ্যে, বৰ্তমানলৈকে দা ৱায়াৰৰ বাতৰিৰ সত্যতাৰ ওপৰত মান হানি গোচৰ দিয়াৰ সিদ্ধান্ত লোৱা নাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে, পাছলৈয়ো অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰৰ এই কেলেংকাৰী সবিস্তাৰে প্ৰকাশ কৰাৰ হুংকাৰ দিয়ে। এয়া মাথোঁ আৰম্ভণি বুলিহে সকিয়নী দিয়ে অখিলে।

Also Read:বকোত অঘটন: বন বিভাগৰ গুলীয়ে প্ৰাণ ল’লে দুই বছৰীয়া শিশুৰ

এনেদৰে এতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ বিয়াগোম ভূমি কেলেংকাৰী সন্দৰ্ভত আৰম্ভ হৈছে তীব্ৰ বাক-বিতণ্ডা।

অখিল গগৈয়ে এই বিস্ফোৰক অভিযোগ তুলিলেও আইনে বিষয়বোৰ ঢুকি পায় নে নাই সেয়া সময়ত লক্ষণীয় হ’ব।

আনহাতে, নৰ্থ ইষ্ট নাওৱো ৰজাঘৰৰ দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে সদায় মাত মাতি যাব বুলি ৰাইজৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd