• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Kacha Badam Viral Story: ‘কাচা বাদাম’ গান গাই ভাইৰেল ভুৱন; শীৰ্ষত কীৰ্তি, বন্ধ হ’ল বিক্ৰী, এতিয়া পিচে কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2021 9:57 am
download
632
VIEWS
Share on FacebookShare on Twitter

Kacha Badam Viral Story স্বল্প খ্যাতিৰ গল্প বহুত শুনা যায়। উদাহৰণ ৰাণু মণ্ডল। কিন্তু খ্যাতিয়ে কঢ়িয়াই অনা বিড়ম্বনাও কোনোগুণে কম নহয় এই হঠাৎ তাৰকা হৈ পৰা লোকশিল্পীসকলৰ।

শেহতীয়াকৈ কাচা বাদাম গান গাই অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে পশ্চিমবংগৰ বীৰভূমৰ বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ গান।

গান গাই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিলেও বাদামৰ বিক্ৰী বন্ধ হৈ পৰিল ভুৱনৰ। শনিবাৰে ভুৱনে কলকাতাৰ পৌৰনিগমৰ নিৰ্বাচনী প্ৰচাৰত নমা দেখা গৈছে।

Also Read: PM Modi Twitter handle hacked: চৰকাৰে দিছে বিনামূলীয়া বিটকয়েন! মাজনিশা হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট

তৃণমূল কংগ্ৰেছৰ নেতা মদন মিত্ৰই লগ পাই ভুৱনৰ গানত মুগ্ধ হৈ ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। মদন মিত্ৰই ভুৱনৰ সৈতে একেলগে কাচা বাদামৰ গানত সুৰো মিলায়।

তৃণমূলৰ বিধায়ক মদন মিত্ৰই পৌৰনিগমৰ ভোটগ্ৰহণৰ দিনা প্ৰতিটো ৱাৰ্ডৰ দলৰ কৰ্মীসকলৰ বাবে ভজা বাদামৰ অৰ্ডাৰ দিয়ে।

কেইদিনমান পূৰ্বে ভুৱন বাদ্যকৰে তেওঁৰ অভিযোগ লৈ দুবৰাজপুৰ থানাত উপস্থিত হৈছিল। তেওঁৰ অভিযোগ যে তেওঁ গান গাইছে যদিও প্ৰাপ্য ধন পোৱা নাই। ইউটিবাৰসকলে তেওঁৰ গান ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াৰ জৰিয়তে লাখ লাখ টকা উপাৰ্জন কৰিছে।   

Also Read:Omicron in Assam অসমত চিনাক্ত প্ৰথমগৰাকী অ’মিক্ৰণ আক্ৰান্ত ব্যক্তি; ৰাজ্যত নিম্নগামী কোভিডৰ সংক্ৰমণ

উল্লেখ্য যে এগৰাকী বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে গোৱা ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’ (বাদাম বাদাম কেঁচা বাদাম, মোৰ তাত নাই ঐ ভন্টি ভজা বাদাম) গানটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই গানৰ ভিডিঅ’টো বিশ্বৰ কেইবা মিলিয়ন লোকে চাইছে।     

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd