• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সামাজিক মাধ্যমত ভাইৰেল প্ৰভু নামৰ এজন ব্যক্তি; কিন্তু কিয়! চাওক এই ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2021 10:29 am
Pravu
168
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত ভাইৰেল হোৱা কিছুমান ভিডিঅ’ই আমাক সুখী অনুভৱ কৰায়। এনে ভিডিঅ’বোৰে ব্যক্তিৰ মনঃস্তাত্বিক জগতখনক আন্দোলিত কৰি তোলে।

এনে ভিডিঅ’ সমূহৰ ভিতৰত বিপদত পৰা নিৰ্বাক নিৰ্বোধ জীৱ-জন্তুৰ উদ্ধাৰৰ বাবে মানুহৰ প্ৰশংসনীয় পদক্ষেপে সকলোৰে অন্তৰ স্পৰ্শ কৰে।

এনে এক কামৰ বাবেই এতিয়া সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰিছে প্ৰভু নামৰ এজন ব্যক্তি। তামিলনাডুৰ প্ৰভুৱে কুকুৰৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হোৱা এটা আঘাতপ্ৰাপ্ত বান্দৰ পোৱালীক জীৱন দিয়াৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰভু এই মহৎৰ প্ৰচেষ্টা ভিডিঅ’টো ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনেও শ্বেয়াৰ কৰে। তেওঁ পোষ্টটোৰ শিৰোনাম দি কয় “আশা আছে।”

ভিডিঅ’টো মূলতঃ ভাৰতীয় বন সেৱাৰ বিষয়া সুধা ৰমেনে শ্বেয়াৰ কৰিছিল। ৰমেনে মানুহজনক প্ৰভু বুলি উল্লেখ কৰিছিল আৰু লিখিছিল যে তেওঁ কুকুৰৰ এটা দলে আক্ৰমণ কৰা 8 মাহৰ বান্দৰ পোৱালীক পুনৰুজ্জীৱিত কৰিবলৈ বহু বছৰ আগতে শিকা প্ৰাথমিক চিকিৎসা কৌশল ব্যৱহাৰ কৰিছিল। তেওঁৰ এই দ্ৰুত পদক্ষেপে এই সৰু জীৱটোৰ জীৱন ৰক্ষা কৰিছে বুলি যোগ দিয়ে সুধা ৰমেনে।

 

There is hope 🙏🙏👏 https://t.co/wt3yNTDlk1

— Ashwin 🇮🇳 (@ashwinravi99) December 13, 2021

ভিডিঅ’টোত দেখা গৈছে যে মানুহজনে প্ৰথমে উশাহ হেৰুৱাই পেলোৱা বান্দৰটোৰ বুকুখন পাম্প কৰিছিল। কিন্তু ই বেছি সহায় নকৰা যেন দেখি মানুহজনে মুখেৰে বান্দৰটোৰ মুখত বায়ু সঞ্চালন কৰি পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিছিল।

বান্দৰটোৱে জ্ঞান ঘূৰাই পোৱাৰ লগে লগে মানুহজনৰ মুখখন হাঁহিৰে উজ্বলি উঠিছে আৰু তেওঁ মৰমেৰে বান্দৰ পোৱালীটো আকোৱালি লৈছে।

সুধাৰ এই পোষ্টটো অশ্বিনে শ্বেয়াৰ কৰাৰ পিছত ভিডিঅ’টো ২.৭৫ লাখতকৈও অধিক লোকে দৰ্শন কৰিছে আৰু প্ৰভুৰ এই কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd