• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰোধীৰ প্ৰতিবাদৰ মাজতে ৰাজ্যসভাত গৃহীত নিৰ্বাচনী আইন (সংশোধনী) বিধেয়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2021 5:42 pm
Election Laws (Amendment) Bill
218
VIEWS
Share on FacebookShare on Twitter

বিৰোধীৰ প্ৰতিবাদৰ মাজতে ৰাজ্যসভাই আজি আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে উত্থাপন কৰা নিৰ্বাচনী আইন (সংশোধনী) বিধেয়ক, ২০২১ গৃহীত কৰে।

বিধেয়কখনে ভোটাৰ তালিকাক আধাৰ নম্বৰৰ সৈতে সংযোগ কৰিব বিচাৰিছে। ইয়াৰ দ্বাৰা নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিব বিচৰা আবেদনকাৰীসকলৰ আধাৰ নম্বৰ বিচাৰিব পাৰে।

বিতৰ্কৰ উত্তৰ দি আইন মন্ত্ৰীগৰাকীয়ে কয়, “ই এজন ব্যক্তিৰ একাধিক ভোট বিলোপ কৰিব আৰু ভুৱা ভোটাৰৰ ব্যৱস্থা পৰিষ্কাৰ কৰিব। চৰকাৰে বিষয়টো নিৰ্বাচন আয়োগৰ সৈতে বিতংভাৱে বিবেচনা কৰিছে।”

ৰিজিজুৱে কয় যে বিধেয়কখনে দেশলৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনী সংস্কাৰ আনিব। তেওঁ কয় যে দেশত নিৰ্বাচনী প্ৰক্ৰিয়া বিশুদ্ধ কৰাৰ লক্ষ্যৰে এই বিধেয়কখন নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ সৈতে ব্যাপক আলোচনাৰ পিছত অনা হৈছে।

বিধেয়কখন সকলো ৰাজনৈতিক দলৰ সদস্যৰে গঠিত কৰ্মচাৰী আৰু প্ৰশিক্ষণ, আইন আৰু ন্যায় বিভাগৰ স্থায়ী সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰে ৰিজিজুৱে।

আনহাতে বিৰোধী নেতাসকলে বিধেয়কখন উত্থাপন কৰাৰ প্ৰক্ৰিয়াৰ ওপৰত একাধিক পইণ্ট অফ অৰ্ডাৰ উত্থাপন কৰে।

কংগ্ৰেছৰ আনন্দ শৰ্মা আৰু তৃণমূলৰ ডেৰেক অ’ ব্ৰায়েনে অভিযোগ কৰে যে বিৰোধীয়ে বিধেয়কখন অনুসৰণ কৰিবলৈ পৰ্যাপ্ত সময় পোৱা নাই।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd