• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাম মন্দিৰ নিৰ্মাণৰ ঘোষণাৰ পিছতে অযোধ্যাত মাটি ক্ৰয় বিধায়ক, মেয়ৰকে ধৰি প্ৰভাৱশালী ব্যক্তি আৰু চৰকাৰী উচ্চপদস্থ বিষয়া, অঙহী-বঙহীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2021 2:10 pm
Ayodhya land deal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুমোদন জনোৱাৰ পিছতে অযোধ্যাৰ ভূমি ৰিয়েল ইষ্টেটৰ লক্ষ্য হৈ পৰিছে।

যদিও ২০২০ চনৰ ফেব্ৰুৱাৰীত স্থাপিত চৰকাৰী শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে এতিয়ালৈকে প্ৰায় ৭০ একৰ মাটি অধিগ্ৰহণ কৰিছে, ব্যক্তিগত ক্ৰেতাসকলেও প্ৰকল্পটোৱে গতি লাভ কৰাৰ লগে লগে বৃহৎ লাভৰ আশংকা পিছত দৌৰিছে।

Apply Now

ৰাষ্ট্ৰীয় সংবাদ সংস্থা দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক অনুসন্ধানত পোৱা তথ্য অনুসৰি ক্ৰেতাসকলৰ ভিতৰত আছে স্থানীয় বিধায়ক, অযোধ্যাত সেৱা আগবঢ়োৱা আমোলাসকলৰ নিকট আত্মীয় আৰু স্থানীয় ৰাজহ বিষয়া যাৰ কাম হৈছে ভূমি লেনদেন প্ৰমাণিত কৰা।

এজন বিধায়ক, মেয়ৰ আৰু ৰাজ্যিক অ’বিচি আয়োগৰ এজন সদস্যৰ পৰা মাণ্ডলিক আয়ুক্ত, উপ-বিভাগীয় দণ্ডাধীশ, উপ আৰক্ষী মহাপৰিদৰ্শক, আৰক্ষী চক্ৰ বিষয়া, ৰাজ্যিক তথ্য আয়ুক্তৰ আত্মীয়সকলে নিজৰ নামত মাটি ক্ৰয় কৰিছিল।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসন্ধান ৰেকৰ্ডসমূহে দেখুৱাইছে যে ৰাম মন্দিৰৰ স্থানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ১৪ টা ক্ষেত্ৰত শীৰ্ষ ন্যায়ালয়ৰ ৰায়ৰ পিছত এই বিষয়াসকলৰ পৰিয়ালে মাটি ক্ৰয় কৰিছিল।

ভূমি ক্ৰয় কৰা প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আছে গোঁসাইগঞ্জৰ বিধায়ক ইন্দ্ৰ প্ৰতাপ তিৱাৰী, অযোধ্যাৰ বিধায়ক বেদ প্ৰকাশ গুপ্তা, অযোধ্যাৰ মাণ্ডলিক আয়ুক্ত এমপি আগৰৱাল, DIG দীপক কুমাৰকে ধৰি কেইবাজনো শীৰ্ষ আমোলা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd