• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ মাহ ধৰি বৰ্দ্ধিত মৰগীয়া বানচৰ পৰা বঞ্চিত সৰ্বশিক্ষাৰ ৪০,০০০ শিক্ষক

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী , ডিজিটেল প্ৰতীকী প্ৰতিবাদৰ সিদ্ধান্ত

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
December 22, 2021 4:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ কামৰূপ জিলা সমিতিয়ে বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি শীঘ্ৰেই তেওঁলোকৰ প্ৰাপ্যৰ আদায়ৰ দাবীত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনায়।

উক্ত সংবাদমেলত কামৰূপ জিলা সমিতিৰ সভাপতি গৌড় চন্দ্ৰ বৰ্তন আৰু সম্পাদক কৃষ্ণ কাজ মাস আৰু জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। উল্লেখযোগ্য যে, সংবাদমেল যোগে সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ নেতৃত্বই চৰকাৰ তথা বিভাগক সৰ্বশিক্ষাৰ অধীনৰ প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সকলৰ সকলো প্ৰাপ্য আদায় দিবলৈ আহ্বান জনায়।

Apply Now

উল্লেখযোগ্য যে, সৰ্বশিক্ষাৰ অধীনৰ শিক্ষক সকলক বিপাচতে চাকৰি নিয়মীয়াকৰণ কৰা, নিয়মীয়াকৰণ নোহোৱা পর্যন্ত ২০০৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্তৰ নিৰ্দেশনা অনুসৰি নিম্নমীয়া শিক্ষকৰ মর্যাদা প্রদানেৰে সমহাৰত সকলো সুবিধা প্ৰদান কৰা তথা ২০১৯ চনৰ জুলাই মাহৰ পৰা পৰ্যায়ক্রমে ৫ শতাংশ ২১ শতাংশ আৰু ৩ শতাংশ সৰগীয়া বানচ (সৰ্বমুঠ ১৯ শতাংশ) বকেয়া সহ নামে শীঘ্ৰেই মুকলি কৰি দিয়াৰ বাৰে সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ নেতৃত্বই সংবাদমেদ যোগে চৰকাৰ তথা বিভাগক দাবী জনায়।

সংবাদমেলত প্ৰকাশ কৰা অনুযায়ী সৰ্বশিক্ষাৰ অন্তৰ্গত প্রাথমিক টেট উত্তীর্ণ শিক্ষক সকলে অতি মূৰ্ভাগ্যজনক ভাৱে ৩০ মাহ ধৰি তিনিটাকৈ বন্ধিত মৰণীয়া ৰানচৰ পৰা বঞ্চিত হৈ আছে। নিয়মীয়া শিক্ষকসকলৰ ৩১ শতাংশ অগীয়া বানচৰ বিপৰীতে বর্তমানেও সৰ্বশিক্ষাৰ শিক্ষক সকলে ১২ শতাংশ অধীয়া ৰানচ হে লাভ কৰি আছে।

সমাজৰ কেন্দ্ৰীয় সমিতিৰ সৈতে বিভাগীয় মন্ত্ৰী তথা বিভাগৰ কেইবাবাৰো আনুষ্ঠানিক, অনানুষ্ঠানিক আলোচনা হোৱাৰ পাছতো প্ৰতিশ্ৰুতিৰ বাহিৰে কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ ফল লাভ কৰা নাই শিক্ষক সকলে।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ দাবী কৰিছে সংগঠনটোৱে আৰু ডিচেম্বৰ মাহৰ ভিতৰতে মৰণীয়া বানচৰ সমস্যা সমাধানৰ দাবী জনাইছে কামৰূপ জিলা সমিতিৰ সভাপতি গৌড় চন্দ্ৰ বৰ্মনে।

আনহাতে, নিয়মীয়া শিক্ষক সকলে লাভ কৰা এনপিএছ, চাৰ্ভিচবুক, মৃত্যুকালীন সুবিধা, শিক্ষক বঁটা এমএচিপিচ, আপোন ঘৰ লোন আদিও আজিলৈ লাভ কৰা নাই সৰ্বশিক্ষাৰ অধীনৰ এইসকল শিক্ষকে।

উল্লেখ থাকে যে, ২০১৬ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্ত অনুসৰি প্ৰকাশ পোৱা নিৰ্দেশনা মতে নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত সকলো সুবিধা লাভ কৰিব বুলি ঘোষণা কৰাৰ পাছতো নিয়মীয়া শিক্ষক সকলৰ বিপৰীতে ঠিকাভিত্তিক এইসকল শিখকে প্ৰতিটো ক্ষেত্ৰত বঞ্চিত হৈ আহিছে।

সংবাদমেল যোগে সংগঠনৰ কামৰূপ জিলা নেতৃত্বই কয় “২০ ডিচেম্বৰৰ ২০২১ ত অনুষ্ঠিত সদৌ অসম প্ৰাৰ্থমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অনলাইন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সমূহীয়া সিদ্ধান্ত অনুসৰি অহা ২৩ ডিচেম্বৰত ২০২১ত নিজৰ প্ৰাপ্য আদায়ৰ দাবীত অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত সকলো শিক্ষকে ফেচবুকত এক ডিজিটেল প্ৰতীকী প্ৰতিবাদ আৰম্ভ কৰিব।”

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd