• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰ প্ৰদেশত নিৰ্বাচনী ৰেলী বন্ধ আৰু নিৰ্বাচন পিছুৱাই দিবলৈ মোদীক আহ্বান উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2021 3:38 pm
UP Election
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে বৃহস্পতিবাৰে অ’মিক্ৰনৰ ঘটনা বৃদ্ধি আৰু সম্ভাৱ্য তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীক শক্তিশালী পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰি নিৰ্বাচনী ৰেলী আৰু সভাসমূহ বন্ধ আৰু নিৰ্বাচন পিছুৱাই দিয়াৰ ক্ষেত্ৰত বিবেচনা কৰিবলৈ আহ্বান জনায়।

Apply Now

ন্যায়াধীশ যাদৱে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কক পৰিস্থিতিৰ মোকাবিলাৰ বাবে নিয়ম প্ৰস্তুত কৰিবলৈ আহ্বান জনাই তেওঁৰ আদেশত কয়, “উত্তৰ প্ৰদেশৰ বিধান সভাৰ নিৰ্বাচন ওচৰ চাপি আহিছে, যাৰ বাবে দলসমূহে ৰেলী আৰু সভা অনুষ্ঠিত কৰিছে আৰু লাখ লাখ লোকৰ ভিৰ সংগ্ৰহ কৰিছে। এই কাৰ্যসূচীবোৰত ক’ভিদ প্ৰট’কল পালন কৰাটো সম্ভৱ নহয়। যদি ইয়াক সময়মতে বন্ধ কৰা নহয়, তেন্তে ইয়াৰ ফলাফল দ্বিতীয় ঢৌতকৈ অধিক ভয়াৱহ হ’ব।”

তেওঁ কয়, “যদি সম্ভৱ হয়, ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন এক বা দুই মাহ পিছুৱাব লাগে, কিয়নো কেৱল জীৱন অব্যাহত থাকিলেহে নিৰ্বাচনী ৰেলী অব্যাহত থাকিব।”

প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি ন্যায়াধীশ যাদৱে কয়: “আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে ইমান বৃহৎ জনসংখ্যা থকা এখন দেশত কৰ’ণা-মুক্ত টিকাকৰণৰ বাবে এক কাৰ্যসূচী আৰম্ভ কৰিছে। এইটো প্ৰশংসনীয় আৰু আদালতে ইয়াক প্ৰশংসা কৰে। আমি সন্মানীয় প্ৰধানমন্ত্ৰীক পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছো আৰু ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেলী বন্ধ আৰু নিৰ্বাচন পিছুৱাই দিয়াৰ কথা বিবেচনা কৰিবলৈ আহ্বান জনাইছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

June 30, 2026 11:27 am
পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

June 30, 2026 11:27 am
পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd