• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭সংখ্যক জন্মদিন উদযাপন

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
December 25, 2021 4:57 pm
138
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টি কলিয়াপানী মণ্ডলৰ উদ্যোগত সু শাসক প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিনত সমগ্ৰ দেশতে আয়োজিত সু শাসন দিৱস উপলক্ষ্যে আজি টীয়কৰ বঙালী গাঁৱৰ প্ৰেক্ষাগৃহত ৬৬ নং বুথত এক ই শ্ৰম কাৰ্ড বিতৰণ শিবিৰ অনুস্থিত কৰা হয়।

উক্ত শিবিৰত কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়াই মণ্ডলৰ উপসভাপতি অভিজিত বৰুৱা,সাধাৰণ সম্পাদক অভিজিত বৰুৱা,বুথ সভাপতি লাকী বৰবৰাকে প্ৰমুখ্য কৰি বহুসংখ্যক বিজেপি কৰ্মীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শিবিৰটোৰ শুভাৰম্ভ কৰে।

লগতে ই শ্ৰম কাৰ্ডৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে।উক্ত শিবিটোত ইতিমধ্যে প্ৰায় অৰ্ধ শতাধিক লোকক শ্ৰম কাৰ্ড বিতৰণ কৰা হৈছে।

ইপিনে কলিয়াপানী মণ্ডল বিজেপিৰ যুৱ মৰ্চাও মহান ব্যক্তিগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে।

টীয়কৰ পুৰণাবেংক তিনিআলিস্থিত মণ্ডলৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা ৯৭ সংখ্যক জন্মদিনত উপলক্ষ্যত ৯৭ খন মটৰ চাইকেলেৰে টীয়কৰ জগদুৱাৰৰ পৰা মুদৈজানলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰত এক মটৰচাইকেল ৰেলী কৰে।

উক্ত ৰেলীত মণ্ডলৰ সভাপতি দীপক শইকীয়া আৰু উপসভাপতি অভিজিত বৰুৱাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে।

উল্লেখযোগ্য যে ৰেলীৰ পূৰ্বে যুৱমৰ্চাৰ সভাপতি অজয় ভট্টাচাৰ্যই বিশ্ব বৰেণ্য ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই পুষ্পাঞ্জলিৰে কাৰ্যসূচীৰ মুকলি কৰে।

Recent News

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd