• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই স্বাধীন অসমৰ দাবী তুলিলে আত্মসমৰ্পণকাৰী আলফাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 7, 2018 2:07 pm
surrender ulfa
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কেন্দ্ৰীয় চৰকাৰে আমি তুলি ধৰা দাবীসমূহ পূৰণ নকৰিলে অসমক ভাৰত চৰকাৰে স্বাধীন অসম হিচাপে ঘোষণা কৰিব লাগে।” আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম আত্মসমৰ্পণকাৰী আলফাৰ সভাপতি ৰাজকুমাৰ দুৱৰাই এই মন্তব্য কৰে।

আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে এইবাৰ সৰৱ হৈ পৰিছে আত্মসমৰ্পণকাৰী আলফাসকল।

Apply Now

উক্ত সংবাদমেলত সন্থাৰ সভাপতি দুৱৰাই কয় যে ১৯৯২ চনৰ ১৪ এপ্ৰিলত আলোচনাৰ বাবে এচাম আলফাই আত্মসমৰ্পণ কৰিছিল। সেই সময়ৰ অসমৰ মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ উদ্যোগত আলফা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনাত ৪ টা দাবী কাৰ্য্যকৰী কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।

আত্মসমৰ্পণকাৰী আলফাৰ দাবীকেইটা আছিল অসমত অৰুণাচল, নাগালেণ্ডৰ দৰে আন্তঃৰাজ্যিক পাৰপত্ৰৰ (ইনাৰলাইন পাৰমিট) ব্যৱস্থা কৰা, অসমক জনজাতীয় স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰা, আত্মসমৰ্পণকাৰী আলফাসকলক আত্মসংস্থাপন প্ৰদান কৰা আৰু আত্মসমৰ্পণকাৰী আলফা সদস্যসকলৰ আদালতত চলি থকা গোচৰ নিষ্পত্তি কৰা।

সভাপতিজনে এই দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে ২৬ বছৰ ধৰি পূৰণ নকৰা বুলি সদৰী কৰাৰ লগতে ইয়াৰ প্ৰতিবাদত তেওঁলোকে পুনৰ স্বাধীন অসমৰ দাবী উত্থাপন কৰিছে।

“আলোচনাপন্থী আলফাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ নামত ভেকোঁ-ভাওনা চলাই আছে। তেওঁলোকে আলোচনা কৰো বুলি কয়, কিন্তু আজিলৈকে কি কি আলোচনা কৰিছে আমি গম নাপাওঁ। তেওঁলোকে ঠিকা-ঠুকলিৰ কাম কৰি কেৱল বিলাসী জীৱন কটাইছে। অনুপ চেতিয়াই হওক, মৃণাল হাজৰিকা, অৰবিন্দ ৰাজখোৱায়ো বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই। তেওঁলোকৰ দুৰ্বলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সুযোগ গ্ৰহণ কৰিছে,” -এই বুলি আলোচনাপন্থী আলফাক কটাক্ষ কৰে সভাপতি দুৱৰাই।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি সভাপতিগৰাকীয়ে কয়, “ভাৰত চৰকাৰে অসমৰ পৰা খনিজ পদাৰ্থ, চাহপাত ইত্যাদিৰ পৰা অধিক কৰ সংগ্ৰহ কৰি শোষণ নীতি চলাই আহিছে। লগতে তেওঁলোকে অসমক জনজাতি-অজনজাতিত ভাগ ভাগ কৰি গোষ্ঠীগত সংঘৰ্ষ বৃদ্ধি কৰিছে। তদুপৰি ভাৰত চৰকাৰে বাংলাদেশৰ পৰা অহা অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচাৰিছে।”

যোৱা ৬ এপ্ৰিলত সদৌ অসম আত্মসমৰ্পণকাৰী আলফাই ৰাজ্যপালৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীলৈ উল্লেখিত দাবীসমূহ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লক্ষ্যণীয় যে এবছৰৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে পুনৰ গণতান্ত্ৰিকভাৱে সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আত্মসমৰ্পণকাৰী আলফাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd