• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিত্তীয় লেনদেন গোচৰত য়েচ বেংকৰ সহ-প্ৰতিষ্ঠাপক ৰাণা কাপুৰৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2021 6:45 pm
Yes Bank founder Rana Kapoor
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ(ED) মুম্বাইৰ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (PMLA) আদালতত য়েছ বেংকৰ সহ-প্ৰতিষ্ঠাপক ৰাণা কাপুৰ, তেওঁৰ পত্নী বিন্দু কাপুৰ আৰু অৱন্ত গোটৰ প্ৰচাৰক গৌতম থাপাৰৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছে।

ৰাণা কাপুৰ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে লুটিয়েন দিল্লীৰ এটা বাংলো আধা বজাৰ মূল্যত ক্ৰয় কৰাৰ জৰিয়তে এটা ৰিয়েলটি ফাৰ্মৰ পৰা ৩০৭ কোটি টকা উৎকোচ প্ৰাপ্ত কৰাৰ অভিযোগত অভিযোগপত্ৰ দাখিল কৰা হৈছে।

ইডিয়ে অভিযোগ কৰিছিল যে ইয়েছ বেংকৰ পৰা ৰিয়েলটি ফাৰ্মলৈ প্ৰায় ১,৯০০ কোটি টকাৰ ঋণ দানৰ বাবে কাপুৰক উৎকোচ দিয়া হৈছিল।

সূত্ৰ অনুসৰি, ৮০ পৃষ্ঠাৰ চাৰ্জশ্বীটখনত ৰাণা কাপুৰ, বিন্দু কাপুৰ, গৌতম থাপাৰকে ধৰি প্ৰায় ১০ জন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ লগতে ব্লিছ এবোডে প্ৰাইভেট লিমিটেডৰ নাম উল্লেখ কৰা হৈছে। উল্লেখ্য যে য’ত বিন্দু কাপুৰ এই প্ৰতিষ্ঠানৰ পৰিচালক আছিল।

ব্লিছ এবোডে প্ৰাইভেট লিমিটেডক বিক্ৰী কৰা বাংলোটো লুটিয়েন দিল্লীত ১.২ একৰ ভূমিত অৱস্থিত। বাংলোটো কাপুৰে ৩৭৮ কোটি টকাত ক্ৰয় কৰিছিল আৰু বাংলোটো পিছত ইণ্ডিয়াবুলছ হাউচিং ফাইনেন্স লিমিটেডৰ সৈতে ৬৮৫ কোটি টকাত বন্ধকত ৰখা হৈছিল।

ক্ৰয় মূল্য আৰু বন্ধকী মূল্যৰ মাজৰ পাৰ্থক্যক থাপাৰৰ পৰা কাপুৰে লাভ কৰা উৎকোচৰ পৰিমাণ বুলি সন্দেহ কৰা হৈছে।

ৰাণা কাপুৰক যোৱা বছৰ মাৰ্চত ইডিয়ে য়েছ বেংক-ডিএইচএফএল গোচৰত গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰ অনুসৰি কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ডিএইচএফএলত কৰা ঋণপত্ৰ বিনিয়োগৰ বাবে ডিএইচএফএলৰ জৰিয়তে তেওঁলোকৰ প্ৰতিষ্ঠানত ৬০০ কোটিতকৈও অধিক উৎকোচ লাভ কৰিছিল।

ৰাণা কাপুৰক এই বছৰ জানুৱাৰীত ইডিয়ে আন এটা উৎকোচৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল।

কাপুৰক ইডিয়ে আন পাঁচটা গোচৰত অভিযোগনামা দাখিল কৰিছে, য’ত আছে য়েছ বেংক-ডিএইচএফএল গোচৰ, মেকষ্টাৰ ঋণ গোচৰ, য়েছ বেংক অৱন্ত গোট জালিয়াতি গোচৰ, কক্স আৰু কিংছ গোচৰ।

ইডি বিষয়াসকলে আগষ্টত তালোজা কাৰাগাৰত গোচৰটোৰ সন্দৰ্ভত ৰাণা কাপুৰৰ বিবৃতি লিপিবদ্ধ কৰিছিল। বৰ্তমান, ৰাণা কাপুৰ ন্যায়িক জিম্মাত আছে।

ইডিৰ বাহিৰে, চিবিআইয়ে ৰাণা কাপুৰৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন আৰু কৰ্তব্যত অৱহেলা কৰাৰ বাবে জালিয়াতি, প্ৰৱঞ্চনাৰ বাবে গোচৰ ৰুজু কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd