• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেকুলিনৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক; দাবী প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2022 9:51 am
pjimage-15-1638001779
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজৰ সৈতে ২০০কোটি টকাৰ প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ প্ৰেমৰ সম্পৰ্ক আছিল। নিজৰ অধিবক্তাৰ জৰিয়তে এই দাবী সুকেশৰ।

সুন্দৰী অভিনেত্ৰীগৰাকী সুকেশৰ জালত বন্দী হোৱা বুলি জানিব পৰা গৈছিল যদিও শেহতীয়াকৈ এখন পত্ৰৰ জৰিয়তে সুকেশে সদৰী কৰিছে যে তেওঁৰ বিৰুদ্ধে অনা এই অভিযোগ সম্পূৰ্ণ মিছা।

সুকেশে কাৰাগাৰৰ ভিতৰত লিখা এখন পত্ৰৰ কথা তেওঁৰ অধিবক্তা অনন্ত মালিকে সংবাদ মাধ্যমক অৱগত কৰিছে।

Apply Now

ইয়াত সুকেশে দাবী কৰিছে যে তেওঁৰ জেকুলিনৰ সৈতে সম্পৰ্ক আছিল। তেওঁক প্ৰতাৰক হিচাপে চিনাক্ত কৰা উচিত নহয় বুলিও দাবী কৰে সুকেশে। তেওঁ কয় যে তেওঁ এতিয়াও অভিযুক্তহে, দোষী সাৱ্যস্ত হোৱা নাই।

Also Read: নৱবৰ্ষৰ প্ৰথম দিনটোতে বিবাহপাশত আৱদ্ধ হ’ল ‘দেৱো কা দেৱ-মহাদেৱ’ খ্যাত অভিনেতা মোহিত

সুকেশৰ দাবী যে তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ লগত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো সম্পৰ্ক নাই। জেকুলিনে ঘটনাৰ পাছতে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছিল।

এটা দৰৱ প্ৰস্তুতকাৰী সংস্থাৰ প্ৰাক্তন স্বত্ত্বাধিকাৰী শিবেন্দ্ৰ সিং আৰু মালবেন্দ্ৰ সিঙৰ পৰিয়ালৰ সৈতে সুকেশ আৰু তেওঁৰ পত্নী লীনা পলৰ ২০০কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ উঠিছে। উক্ত গোচৰত দুয়োকে গ্ৰেপ্তাৰ কৰা হয়। তাৰ পাছতে এই ঘটনাৰ সৈতে জড়িত হৈ পৰে জেকুলিন ফাৰ্ণাণ্ডজ।

87224968

এই গোচৰটোৰ সৈতে জেকুলিনৰ নাম ভালদৰেই জড়িত হৈ পৰিছে। ইডিয়ে ইতিমধ্যে অভিনেত্ৰীগৰাকীক কেইবাৰো জেৰাও কৰিছে। জেকুলিনক দেশৰ বাহিৰলৈ যোৱাতো বাধা আৰোপ কৰা হৈছে। ইডিয়ে সুকেশে জেকুলিনক দিয়া উপহাৰসমূহ জব্দ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

সুকেশৰ সৈতে আৰু বহুতো বলীউদ তাৰকাৰ নামো জড়িত হৈ পৰিছে। তাৰ ভিতৰত আছে নোৰা ফতেহি, শ্ৰদ্ধা কাপুৰ, শিল্পা ছেট্টি আৰু হৰমন বাৱেজাৰ নাম। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd