• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

UPSC Exam ইউপিএছচিৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ দুই অসম সন্তান

চাহৰ দোকান দি পৰিয়াল পোহপাল দিছিল ৰাতুল ৰয়ৰ পিতৃয়ে

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
January 5, 2022 1:57 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱবৰ্ষত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দুগৰাকী অসম সন্তানে।

কালি ঘোষিত ইউপিএছচি মেইন পৰীক্ষা ২০২০ ত সফলতাৰে উত্তীৰ্ণ হৈ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে অসমৰ দুগৰাকী প্ৰাৰ্থীয়ে ।

Apply Now

ইউপিএছচি মেইন পৰীক্ষা ২০২০ ত সফলতাৰে উত্তীৰ্ণ অসমৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে ৰাতুল ৰয় আৰু নেহা বৰা। পাঠশালাৰ ৰাতুল ৰয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চিএপিএফ (এচি) পৰীক্ষাত উত্তীৰ্ণ হৈছে। ৰাতুলে লাভ কৰা নম্বৰ হৈছে ১৭৭।

এই পৰীক্ষা ইউনিয়ন পাব্লিক চাৰ্ভিচ পৰীক্ষা ২০২০ ৰ দ্বাৰা পৰিচালিত। মঙলবাৰে ইউপিএছচি-এ চিএপিএফ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।

এটি দুখীয়া পৰিয়ালৰ সন্তান ৰাতুল ৰয়ৰ পিতৃ প্ৰয়াত সুৰথ ৰয় আৰু গোলাপী ৰয়।

ৰাতুলৰ পিতৃয়ে পাঠশালা চহৰত চাহৰ দোকান দি পৰিয়ালৰ পোহপাল দিছিল।

দেউতাকৰ মৃত্যুৰ পিছত, ৰাতুলে পঢ়া-শুনা আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সংগ্ৰাম কৰিব লগীয়া হৈছিল।

ৰাতুলে ২০০৬ চনত নৌসেনাত চাকৰি পাইছিল আৰু ২০২১ চনত স্বেচ্ছামূলক অৱসৰ লৈছিল ।

ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাত অতি আনন্দিত হৈ পৰা ৰাতুল ৰয়ে কয়, “দৰিদ্ৰতাক এক প্ৰত্যাহ্বান হিচাপে লোৱা উচিত।

কিছুমান লোক মানসিকভাৱে পিছপৰা আৰু আন কিছুমান অৰ্থনৈতিকভাৱে পিছপৰা হৈ থাকে। নিজকে নিঃস্ব বুলি ভবা উচিত নহয়।” আনহাতে, অসমৰ আন এগৰাকী সুসন্তান নেহা বৰাই ইউপিএছচি, চিএপিএফ পৰীক্ষাত উত্তীৰ্ণ হৈছে।

তেওঁ তেজপুৰৰ বাসিন্দা আৰু পৰীক্ষাত ৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ দিল্লীত আছে।

নেহাৰ পিতৃ টোপেশ্বৰ বৰা চিআৰপিএফৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল আৰু মাতৃ মিনা দাস লক্ষ্ণৌত চিআৰপিএফৰ উপ-কমাণ্ডেণ্ট হিচাবে কৰ্মৰত হৈ আছে।

শশাংক তালুকদাৰ, বজালী

শশাংক তালুকদাৰ, বজালী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd