• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উভতি ধৰিলে কৃষকে; কৃষক আন্দোলনক অপযশ দিয়াৰ প্ৰচেষ্টা প্ৰধানমন্ত্ৰী মোদীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2022 12:24 pm
PM Security Breach
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে পঞ্জাৱ ভ্ৰমণত নিৰাপত্তা উলংঘন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “কেনেবাকৈ নিজৰ জীৱন ৰক্ষা কৰিছে” বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক সংগঠন সমূহৰ সন্মিলিত সংস্থা সংযুক্ত কিষাণ মৰ্চাই।

উল্লেখ্য যে ভাৰতীয় কিষাণ ইউনিয়ন (ক্ৰান্তিকাৰী) নামৰ এটা কৃষক সংগঠনে বুধবাৰে মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত কৃষকসকলৰ প্ৰতিবাদৰ নেতৃত্ব দিছিল।

Apply Now

প্ৰতিবাদী কৃষকসকলে মোগা-ফিৰোজপুৰ ঘাইপথ অৱৰোধ কৰি প্ৰধানমন্ত্ৰীৰ কনভয় ২০ মিনিটৰ বাবে এখন উৰণীয়া সেঁতুৰ ওপৰত আৱদ্ধ কৰি ৰাখিছিল। ইয়াৰ পৰিণতিত ৰাজনৈতিক সমদল সম্বোধন নকৰাকৈয়ে উভটিব লগা হৈছিল মোদী।

ইয়াৰ পাছতেই বাঠিণ্ডা বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীয়ে পঞ্জাৱৰ বিষয়াসকলক লক্ষ্য কৰি কৈছিল যে, “ বাঠিণ্ডা বিমানবন্দৰলৈ জীৱিত ৰূপত উভতি আহিব পাৰিলো বাবে আপোনালোকৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়া বুলি ক’ব।”

মোদীৰ এই মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংযুক্তকিষাণ মৰ্চাই কয়, “এয়া অত্যন্ত দুখৰ বিষয় যে তেওঁৰ ৰেলীৰ বিফলতা ঢাকিবলৈ প্ৰধানমন্ত্ৰীয়ে কেনেবাকৈ তেওঁৰ জীৱন ৰক্ষা কৰাৰ অজুহাত ব্যৱহাৰ কৰি পঞ্জাৱ ৰাজ্য আৰু কৃষক আন্দোলন দুয়োটাকে বদনাম কৰাৰ চেষ্টা কৰিছে।”

“সমগ্ৰ দেশে জানে যে প্ৰকৃতাৰ্থত যদি কাৰোবাৰ জীৱনৰ প্ৰতি ভাবুকি থাকে, তেন্তে সেয়া কেৱল অজয় মিশ্ৰৰ দৰে মন্ত্ৰীৰ পৰা কৃষকসকলৰ বাবেহে। কিষাণ মৰ্চাই আশা কৰে যে দেশৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পদৰ মৰ্যাদাৰ কথা মনত ৰাখি এনে দায়িত্বহীন মন্তব্য নকৰিব।” এছকেএমে বিবৃতিটোত কয়।

কৃষক সংস্থাটোৱে লগতে কয় যে প্ৰকাশিত ভিডিঅ’ৰ পৰা এই কথা স্পষ্ট হৈছে যে প্ৰতিবাদকাৰী কৃষকসকলে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ ফালে যাবলৈ কোনো প্ৰচেষ্টা কৰা নাছিল।

“কেৱল ‘নৰেন্দ্ৰ মোডী জিন্দাবাদ’ শ্ল’গান দিয়া এটা গোটেহে বিজেপিৰ পতাকা হাতত লৈ প্ৰধানমন্ত্ৰীৰ কনভয়ৰ ওচৰত উপস্থিত হৈছিল। সেয়েহে প্ৰধানমন্ত্ৰীৰ জীৱনৰ প্ৰতি ভাবুকিৰ বিষয়টো সম্পূৰ্ণৰূপে এক প্ৰস্তুতিৰ দৰে যেন লাগিছে।” বিজেপিক আক্ৰমণ কৰি এছকেএমে কয়।

স্মৰ্তব্য যে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় দুবছৰৰ পিছত পঞ্জাৱ ভ্ৰমণ কৰিছিল। কৃষকসকলৰ এক বছৰজোৰা কৃষি আইন বিৰোধী তীব্ৰ প্ৰতিবাদৰ পিছত কৃষক আইন বাতিল কৰিলেও আন কিছু বকেয়া দাবী পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে সংযুক্ত কিষাণ মৰ্চাই। সেইয়ে স্বাভাৱিকতেই মোদীৰ পঞ্জাৱ ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হোৱাৰ সম্ভাৱনীয়তা আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd