• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

COVID SOP কোভিডৰ নতুন SOP ঘোষণা, কি কি নতুন নিৰ্দেশনা ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 7, 2022 3:34 pm
Himanta-Biswa-Sarma-5-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো কোভিডে এতিয়া কালান্তক ৰূপ ধাৰণ কৰিছে। অসমত আজি অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে।

এনে সময়তে আজি ৰাজ্য চৰকাৰে কোভিড সম্পৰ্কীয় এখন নতুন SOP জাৰি কৰে। জনতা ভৱনত আয়োজন কৰা এখন সংবামেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন কোভিড SOP খন ঘোষণা কৰে।

Apply Now

কি কি নতুন বিধান ৰখা হৈছে নতুন SOP —
ৰাজ্যত সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

 নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন ।

নিশা ৯ বজাৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব ।

অমিক্ৰমন ৰোধৰ আগতীয়া ব্যৱস্থা হিচাবে জাৰি কৰা হৈছে এই SOP।

অমিক্ৰন সংক্ৰমণ ৰোধিবলৈ সকলো প্ৰকাৰে সাজু ৰাজ্যৰ স্বাস্থ‍্য বিভাগ।

দেশৰ ২১ খন ৰাজ‍্যত ঘটিছে অমিক্ৰনৰ সংক্ৰমণ।

গেলামাল, ফল-মূল, গাখীৰ আদিৰ দোকানো নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব।

ৰেষ্টুৰেণ্ট, ধাবা আদি ৫০ শতাংশ গ্ৰাহকেৰে নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব।

ৰেষ্টুৰেণ্ট, ধাবা আদিৰ পৰা অনলাইন অৰ্ডাৰৰ খাদ্যৰ যোগান নিশা ১০ বজালৈ চলিব।

সম্পূৰ্ণ ৰূপে টিকাকৰণ নকৰা কোনো কৰ্মচাৰীয়ে চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।

সম্পূৰ্ণ ৰূপে টিকাকৰণ কৰা ১০০ শতাংশ যাত্ৰীৰে চলি থাকিব আন্তঃ জিলা যাতায়াত।

কামৰূপ মেট্ৰ’ জিলাত সকলো বিদ্যালয়ত  অষ্টম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰ পাঠদান বন্ধ থাকিব। একেদৰে ৰাজ্যৰ আন জিলা সমূহত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ।

কামৰূপ মেট্ৰ’ জিলাত সকলো বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা ওপৰৰ সকলো শ্ৰেণীৰ পাঠদান এদিনৰ পিছত এদিনকৈ বিকল্প পদ্ধতিৰে চলি থাকিব। একেদৰে ৰাজ্যৰ আন জিলা সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা আন শ্ৰেণী সমূহৰ পাঠদান এদিনৰ পিছত এদিনকৈ বিকল্প পদ্ধতিৰে চলি থাকিব।

স্নাতক-স্নাতকোত্তৰ শ্ৰেণীৰ লগতে অভিযান্ত্ৰিক, মেডিকেলৰ শ্ৰেণীসমূহ সম্পূৰ্ণ ভাবে টিকাকৰণ কৰা শিক্ষাৰ্থীৰে চলি থাকিব।

ভৱন আদিত সৰ্বাধিক ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব। বিয়া-সবাহতো ৫০ শতাংশ লোকৰ উপস্থিতিত অনুমোদন জনোৱা হৈছে। ভৱন একোটাত আয়োজিত অনুষ্ঠানত সৰ্বাধিক ২০০ ব্যক্তি উপস্থিত থাকিব পাৰিব।

কোনো ৰাজহুৱা স্থানতে ১৫ জানুৱাৰীৰ পিছত ভেকচিন গ্ৰহণ নকৰা ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। সকলো লোকে ৰাজহুৱা স্থানলৈ আহোতে ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ লগত আনিব লাগিব।

মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, অন্যথা জৰিমনা ভৰিব লাগিব।

মাস্ক নিপিন্ধিলে ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব। একেদৰে ৰাজহুৱা স্থানত থু পেলালে ১০০০ টকাৰ জৰিমনা।

কোনো এটা অঞ্চলত যোৱা সাত দিনত ১০ জনকৈ লোক কোভিডলআক্ৰান্ত হ’লে তেনে অঞ্চলক কণ্টেইমেণ্ট জন বুলি ঘোষণা কৰা হ’ব।

বিহুৰ ক্ষেত্ৰত ৰাতি ভেলা ঘৰত কোনো থাকিব নোৱাৰিব । ১০ বজালৈ খাই বৈ পুৱা ৬ বজাত আহি মেজি জ্বলালে হ’ল ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

June 12, 2026 8:56 pm
মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

June 12, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd