• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত নৈশ কাৰ্ফিউৰ সময়ত অব্যাহত আছে গৰু, অবৈধ সুৰাৰ চোৰাং সৰবৰাহ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
January 9, 2022 1:17 pm
cattle seized in Sibsagar

ফটো: নৰ্থইষ্ট নাও।

237
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বৰ্তমান কোভিড-১৯ৰ নিৰ্দেশনা অনুসৰি নৈশ কাৰ্ফিউ চলি আছে যদিও তাৰ মাজতে চোৰাং কাৰবাৰ চলি থকাৰ ঘটনাও পোহৰলৈ আহিছে।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা ৩৭ টা গৰু উদ্ধাৰ কৰাৰ এক ঘটনাই উদঙাইছে গৰুৰ চোৰাং সৰবৰাহৰ তথ্য।

শনিবাৰে নিশা প্ৰায় ২ বজাত শিৱসাগৰৰ এনআৰএল তেল ডিপুৰ সন্মুখত দুখন ট্ৰাকৰ মাজত সংঘটিত হৈছিল মুখামুখি সংঘৰ্ষ।

গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ সুৰা কঢ়িয়াই অনা UP 15 AT 5035 নম্বৰৰ ট্ৰাকখনে তিনিচুকীয়াৰ পৰা গুৱাহাটী দিশে গৈ থকা UP 21 CT1540 নম্বৰৰ ট্ৰাকখনৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

দুৰ্ঘটনা সংঘটিত কৰিয়েই UP 21 CT 1540 নম্বৰৰ ট্ৰাকখনৰ চালক আৰু হেন্দিমেন পলায়ন কৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উক্ত ট্ৰাকখনৰ পৰা ৩৭ টা নথি পত্ৰ বিহীন গৰু জব্দ কৰাৰ লগতে আনখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে।

বৰ্তমান সময়লৈকে সুৰাভৰ্তি ট্ৰাকখনৰ পৰাও আৰক্ষীয়ে লাভ কৰা নাই কোনো নথিপত্ৰ।

Recent News

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd