• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Covid-19 Update: অ’মিক্ৰণৰ গণ সংক্ৰমণৰ মাজতে দেশত নিম্নগামী কোভিডৰ দৈনিক সংক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2022 11:13 am
Covid India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কোভিড-১৯ৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ গণ সংক্ৰমণে জনসাধাৰণক শংকিত কৰি ৰখাৰ মাজতে দৈনিক সংক্ৰমণ নিম্নগামী হোৱা দেখা গৈছে যদিও পজিটিভিটিৰ হাৰ যথেষ্ট উৰ্দ্ধমুখী হৈছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘণ্টাত ৩ লাখ ৬হাজাৰ ৬৪ গৰাকী লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে।

দেওবাৰে দেশত ৩ লাখ ৩৩হাজাৰ ৫৩৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছিল। পূৰ্বৰ দিনত তুলনাত সোমবাৰে দৈনিক আক্ৰান্ত ২৭লাখ ৪৬৯গৰাকী কম হৈছে।

Apply Now

লগতে পঢ়ক: বাইহাটা চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ তিনিজন যুৱকৰ মৃতদেহ

দেশত বৰ্তমান পজিটিভিটিৰ হাৰ হৈছে ২০.৭৫ শতাংশ।

আনহাতে, যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৪৩৯গৰাকী। দেওবাৰে দেশত ৫২৫ গৰাকী লোকৰ মৃত্যু হৈছিল।

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ৪লাখ ৮৯হাজাৰ ৮৪৮ গৰাকী।

আজিৰ তাৰিখত দেশত সক্ৰিয় কোভিড ৰোগীৰ হৈছে ২২ লাখ ৪৯ হাজাৰ ৩৩৫গৰাকী।

দেশখনত আজি কোভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ২লাখ ৪৩হাজাৰ ৪৯৫গৰাকী।

লগতে পঢ়ক: চুবুৰীয়াৰ বিস্ফোৰক অভিযোগ; বলীউদ তাৰকা চলমান খানৰ ফাৰ্মহাউছত তাৰকাসকলৰ কবৰ!

দেশত এতিয়ালৈকে মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে ৩কোটি ৬৭লাখ ৪৩হাজাৰ ৮৪৫গৰাকী।

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যাই ১৬২ কোটি ২৬ লাখ অতিক্ৰম কৰিছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ১৪লাখ ৭৪হাজাৰ ৭৫৩ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm
ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd