• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’লে ২ মিনিটতকৈ অধিক আন গাড়ী ৰখাব নোৱাৰিব, কেবিনেটৰ সিদ্ধান্ত

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
January 27, 2022 2:15 pm
Assam-Legislative-Assembly
152
VIEWS
Share on FacebookShare on Twitter

আজি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনটেৰ গুৰুত্বপূৰ্ণ বৈঠক।বৈঠকত কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

জনতা ভৱনত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু ৰণোজ পেগুৱে। উক্ত সংবাদমেলত মন্ত্ৰী দুগৰাকীয়ে আজিৰ কেবিনেেট বৈঠকৰ সিদ্ধান্তসমূহ ব্যক্ত কৰে।

ৰণোজ পেগুৱে কয় যে চৰকাৰৰ অধীনত হোৱা অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়াক সম্বৰ্দ্ধনা জনোৱা নহ’ব।

কেৱল কেন্দ্ৰীয় মন্ত্ৰী বা বয়োজ্যেষ্ঠ আমন্ত্ৰিত অতিথিক সম্বৰ্দ্ধনা জনোৱা হ’ব।
মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়াক সম্বৰ্দ্ধনা জনোৱাৰ পৰিৱৰ্তে একোটাকৈ বৃক্ষৰোপন কাৰ্য্যসূচী হাতত লোৱা হৈছে।

কেশৱ মহন্তই সংবাদমেলত উল্লেখ কৰা অনুসৰি প্ৰত্যেক জিলাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হব জিলা দিৱস হিচাপে।

ৰাইজৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’লে ২ মিনিটতকৈ অধিক আন গাড়ী ৰখাব নোৱাৰিব। গুৱাহাটীত কেৱল ৬ খন গাড়ী লগত লৈ মুখ্যমন্ত্ৰীয়ে ঘূৰিব।

১০ মাৰ্চৰ পূৰ্বে অনুষ্ঠিত কৰিব লাগিব পৌৰসভাৰ নিৰ্বাচন।

১৪ মাৰ্চৰ ভিতৰত বাজেট অধিবেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ জনাব।

কৃষকে উচিত মূল্যত ধান ক্ৰয় কৰিব পাৰে তাৰ বাবে অভিভাৱক মন্ত্ৰী আৰু জিলা উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে।

এতিয়াৰে পৰা কোনো মন্ত্ৰীয়ে বিত্ত বিভাগৰ পূৰ্ব অনুমোদন অবিহনে কোনো আঁচনি বা অনুদান আদি ঘোষণা কৰিব নোৱাৰিব৷ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত৷

Recent News

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd