• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“মই ১২৯ টা সন্তানৰ পিতৃ” – এক বিশেষ ব্যক্তিৰ আজৱ দাবী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2022 3:40 pm
World's most prolific sperm donor
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবছৰমানৰ পূৰ্বে এখন বলিউডী চিনেমাই ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। চিনেমাখনৰ নাম আছিল ‘ভিকী ডনৰ’। নিজৰ বীৰ্য বিক্ৰীৰে জীৱিকা অৰ্জন কৰা এজন যুৱকৰ কাহিনীৰে চিনেমাখন নিৰ্মাণ কৰা হৈছিল।

ভিকী ডনৰৰ দৰেই বাস্তৱতো পোৱা গৈছে এনেধৰণৰ এটা বাতৰি। বাতৰিটো হৈছে ইংলেণ্ডৰ এজন অৱসৰপ্ৰাপ্ত অংক শিক্ষকৰ।

Apply Now

৬৬ বৰ্ষীয় ক্লাইভ জ’নছ নামৰ এই অংক মাষ্টৰজনে দাবী কৰিছে যে তেওঁ বিশ্বৰ আটাইতকৈ শক্তিশালী বীৰ্য দান কৰোতা লোক। ইতিমধ্যে বিশ্বজুৰি ১২৯ টাকৈ সন্তানৰ পিতৃ হৈছে তেওঁ।

ইয়াৰোপৰি আৰু ৯ টা সন্তান ইতিমধ্যে জন্ম লাভৰ বাবে অগ্ৰসৰ হৈ আছে বুলি দাবী কৰে জ’নছে। ইংলেণ্ডৰ আগশাৰীৰ সংবাদপত্ৰ ডেইলী মেইলত জ’নছে কৰা এই দাবীৰ পাছতে খলকনি লাগিছে।

সংবাদপত্ৰখনত প্ৰকাশ পোৱা মতে, জ’নছে ফেচবুক যোগে যোগাযোগ কৰি বিনামূলীয়াকৈ এই বীৰ্য দান কৰি আহিছে। যোৱা এক দশকধৰি এই সেৱাত তেওঁ জড়িত হৈ আছে।

তেওঁ এই সেৱা আৰু কেইবা বছৰলৈও কৰি যাবলৈ ইচ্ছুক বুলিও জনায়। এইক্ষেত্ৰত তেওঁ এটা লক্ষ্যও নিৰ্ধাৰণ কৰি লৈছে। সেয়া হৈছে- মুঠ ১৫০ টাকৈ সন্তানৰ পিতৃ হোৱা!

যোৱা ৯ বছৰ ধৰি তেওঁ মানুহৰ সুখৰ বাবেই এই কাম কৰি যাবলৈ উদগনি লাভ কৰিছে জ’নছে। প্ৰতি মাহে তেওঁৰ সৈতে বিশ্বৰ কেইবাটাও পৰিয়ালে যোগাযোগ কৰে বুলি তেওঁ সাংবাদিকক জনাইছে।

আনহাতে, নিজৰ বীৰ্য দানেৰে সন্তানহীন দম্পতিসমূহৰ মুখত হাঁহি বিৰিঙোৱা জ’নছৰো নিজা এটা পৰিয়াল আছে। তেওঁৰ নিজাকৈও আছে তিনিটাকৈ সন্তান।

অৱশ্যে বীৰ্য দানেৰে নিজকে সন্তানহীন দম্পতিসকলক সহায় কৰি অহা বুলি দাবী কৰিলেও ইয়াক সহজে ল’ব পৰা নাই ইংলেণ্ডৰ চিকিৎসা সংস্থাসমূহে। এইক্ষেত্ৰত দেশখনৰ Human Fertilisation and Embryology Authorityয়ে জনছলৈ এখনি জাননি জাৰি কৰিছে।

জাননীখনত কোৱা হৈছে যে বীৰ্যদান কৰাৰ সময়ত যাতে তেওঁ এখন অনুজ্ঞাপ্ৰাপ্ত ক্লিনিকত ভালদৰে পৰীক্ষা কৰি লয়। অন্যথা বীৰ্যদান সম্পৰ্কীয় আইনসমূহ ভংগ কৰাৰ সম্ভাৱনাই দেখা দিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd