• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফগানিস্তানৰ পৰিস্থিতিকলৈ উদ্বিগ্ন মোদী, ভাৰত আৰু মধ্য এছিয়াৰ মাজত সহযোগিতাৰ পোষকতা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 27, 2022 7:16 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফগানিস্তানৰ পৰিস্থিতিকলৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ উদ্বেগ ব্যক্ত কৰে। তালিবানৰ নাম উচ্চাৰণ নকৰা কৈয়ে মোদীয়ে কয় যে আফগানিস্তানৰ পৰিস্থিতিৰ পৰা মধ্য এছিয়াই শিক্ষা ল’ব লাগিব।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-মধ্য এছিয়া সন্মিলনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ দিয়ে। সন্মিলনত অংশগ্ৰহণ কৰি মোদীয়ে কয় যে আভ্যন্তৰীণ সুৰক্ষা আৰু সমৃদ্ধিৰ স্বাৰ্থত ভাৰত আৰু মধ্য এছিয়াৰ মাজত সু-সমন্বয় স্থাপন কৰাটো অতি জৰুৰী হৈ পৰিছে।

Apply Now

তেওঁ কয়— ‘আজিৰ সন্মিলনৰ তিনিটা লক্ষ্য আছে। প্ৰথমতে, আঞ্চলিক সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে ভাৰত আৰু মধ্য এছিয়াৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰা। দ্বিতীয় লক্ষ্য হৈছে আমাৰ সহযোগিতাক এক শক্তিশালী ৰূপ প্ৰদান কৰা। তৃতীয় লক্ষ্য হৈছে আমাৰ সহযোগিতাৰ বাবে এক সু-পৰিকল্পিত ৰোডমেপ প্ৰস্তুত কৰা।’

মোদীয়ে তেওঁৰ ভাষণত কয় যে এতিয়া সকলোৱে আফগানিস্থানৰ পৰিস্থিতিক লৈ চিন্তিত । এনে পৰিস্থিয়ে সেয়ে ভাৰত আৰু মধ্য এছিয়াৰ মাজত সহযোগিতা বৃদ্ধিৰ বিষয়টোক অধিক জৰুৰী কৰি তুলিছে। আজিৰ ভাৰ্চুৱেল সন্মিলনত পাঁচগৰাকী ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰে।

কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাচিম-জোমাৰ্ট টোকায়েভ, উজবেকিস্তানৰ শৱকত মিৰ্জিয়োয়েভ, তাজিকিস্তানৰ এমোমালি ৰহমান, তুৰ্কমেনিস্তানৰ গুৰবানগুলি বেৰ্দিমুহামেদো আৰু কিৰগিজ গণৰাজ্যৰ ছাদিৰ জাপাৰোভে সন্মিলনত অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ নৱেম্বৰত আপুনি নাপাব পেট্ৰ’ল-ডিজেল! তেল কোম্পানীৰ বিৰুদ্ধে কিয় জাঙুৰ খাই উঠিছে ডিলাৰ সন্থা?

১২ নৱেম্বৰত আপুনি নাপাব পেট্ৰ’ল-ডিজেল! তেল কোম্পানীৰ বিৰুদ্ধে কিয় জাঙুৰ খাই উঠিছে ডিলাৰ সন্থা?

November 7, 2026 9:31 pm
৭১সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ জিলা পৰ্যায়ৰ ফাইনেলত কোনে মাৰিলে বিজয়ী হাঁহি?

৭১সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ জিলা পৰ্যায়ৰ ফাইনেলত কোনে মাৰিলে বিজয়ী হাঁহি?

November 7, 2026 8:57 pm
ছোনিয়া গান্ধীক ‘ইটালিয়ান চশমা’ খুলিবলৈ পৰামৰ্শ বিজেপিৰ! কাৰণ জানিলে আচৰিত হ’ব

ছোনিয়া গান্ধীক ‘ইটালিয়ান চশমা’ খুলিবলৈ পৰামৰ্শ বিজেপিৰ! কাৰণ জানিলে আচৰিত হ’ব

November 7, 2026 6:18 pm
নভাৰ্টিছৰ জিন থেৰাপীৰ ভয়াৱহ পৰিণাম! চিকিৎসাধীন শিশুৰ শৰীৰত কেন্সাৰৰ টিউমাৰ

নভাৰ্টিছৰ জিন থেৰাপীৰ ভয়াৱহ পৰিণাম! চিকিৎসাধীন শিশুৰ শৰীৰত কেন্সাৰৰ টিউমাৰ

November 7, 2026 4:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ নৱেম্বৰত আপুনি নাপাব পেট্ৰ’ল-ডিজেল! তেল কোম্পানীৰ বিৰুদ্ধে কিয় জাঙুৰ খাই উঠিছে ডিলাৰ সন্থা?

১২ নৱেম্বৰত আপুনি নাপাব পেট্ৰ’ল-ডিজেল! তেল কোম্পানীৰ বিৰুদ্ধে কিয় জাঙুৰ খাই উঠিছে ডিলাৰ সন্থা?

November 7, 2026 9:31 pm
৭১সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ জিলা পৰ্যায়ৰ ফাইনেলত কোনে মাৰিলে বিজয়ী হাঁহি?

৭১সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ জিলা পৰ্যায়ৰ ফাইনেলত কোনে মাৰিলে বিজয়ী হাঁহি?

November 7, 2026 8:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd