DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আফগানিস্তানৰ পৰিস্থিতিকলৈ উদ্বিগ্ন মোদী, ভাৰত আৰু মধ্য এছিয়াৰ মাজত সহযোগিতাৰ পোষকতা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 27, 2022 7:16 pm
আফগানিস্তানৰ পৰিস্থিতিকলৈ উদ্বিগ্ন মোদী, ভাৰত আৰু মধ্য এছিয়াৰ মাজত সহযোগিতাৰ পোষকতা
246
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানৰ পৰিস্থিতিকলৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ উদ্বেগ ব্যক্ত কৰে। তালিবানৰ নাম উচ্চাৰণ নকৰা কৈয়ে মোদীয়ে কয় যে আফগানিস্তানৰ পৰিস্থিতিৰ পৰা মধ্য এছিয়াই শিক্ষা ল’ব লাগিব।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-মধ্য এছিয়া সন্মিলনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ দিয়ে। সন্মিলনত অংশগ্ৰহণ কৰি মোদীয়ে কয় যে আভ্যন্তৰীণ সুৰক্ষা আৰু সমৃদ্ধিৰ স্বাৰ্থত ভাৰত আৰু মধ্য এছিয়াৰ মাজত সু-সমন্বয় স্থাপন কৰাটো অতি জৰুৰী হৈ পৰিছে।

তেওঁ কয়— ‘আজিৰ সন্মিলনৰ তিনিটা লক্ষ্য আছে। প্ৰথমতে, আঞ্চলিক সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে ভাৰত আৰু মধ্য এছিয়াৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰা। দ্বিতীয় লক্ষ্য হৈছে আমাৰ সহযোগিতাক এক শক্তিশালী ৰূপ প্ৰদান কৰা। তৃতীয় লক্ষ্য হৈছে আমাৰ সহযোগিতাৰ বাবে এক সু-পৰিকল্পিত ৰোডমেপ প্ৰস্তুত কৰা।’

মোদীয়ে তেওঁৰ ভাষণত কয় যে এতিয়া সকলোৱে আফগানিস্থানৰ পৰিস্থিতিক লৈ চিন্তিত । এনে পৰিস্থিয়ে সেয়ে ভাৰত আৰু মধ্য এছিয়াৰ মাজত সহযোগিতা বৃদ্ধিৰ বিষয়টোক অধিক জৰুৰী কৰি তুলিছে। আজিৰ ভাৰ্চুৱেল সন্মিলনত পাঁচগৰাকী ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰে।

কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাচিম-জোমাৰ্ট টোকায়েভ, উজবেকিস্তানৰ শৱকত মিৰ্জিয়োয়েভ, তাজিকিস্তানৰ এমোমালি ৰহমান, তুৰ্কমেনিস্তানৰ গুৰবানগুলি বেৰ্দিমুহামেদো আৰু কিৰগিজ গণৰাজ্যৰ ছাদিৰ জাপাৰোভে সন্মিলনত অংশগ্ৰহণ কৰে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd