• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ছুপাৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত স্তব্ধ আইজল এফ চি ; ১-০ ব্যৱধানত পৰাস্ত কৰিলে ইষ্ট বেংগলে

by
April 9, 2018 1:16 pm
Aizawl-fc-326x245
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্তিম মূহূৰ্তত লালদানমাওইয়া ৰাল্টে পেনাল্টীৰ সহায়ত প্ৰদান কৰা গ’লৰ সহায়ত ইষ্ট বেংগল ফুটবল দলে ছুপাৰ কাপ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে। দেওবাৰে উৰিষ্যাৰ ভূৱনেশ্বৰস্থিত কালিংগা ষ্টেডিয়ামত ৰোমাঞ্চকৰে ভৰা প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেলত ইষ্ট বেংগলে ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় আইজল এফ চিক।

উল্লেখ্য যে দ্বিতীয়াৰ্ধৰ নিৰ্ধাৰিত সময়লৈকে গ’ল কৰিবলৈ ব্যৰ্থ হোৱা দুয়োটা দলৰে খেলুৱৈ তথা প্ৰশিক্ষকসকলে মেচখন অতিৰিক্ত সময়লৈকে যাব বুলি ধাৰণা কৰিছিল। কিন্তু মেচৰ ইঞ্জুৰি টাইমৰ অন্তিম মিণিটত আইজল এফ চিৰ গ’লৰক্ষকগৰাকীয়ে প্ৰতিপক্ষৰ খেলুৱৈক আক্ৰমণ কৰাত ৰেফাৰীয়ে আইজলৰ বিপক্ষে পেণাল্টী ঘোষণা কৰে। আৰু তেতিয়াই ৰল্টেই দলৰ হৈ বিজয়সূচক গ’লটো প্ৰদান কৰে।

Apply Now

উল্লেখ্য যে প্ৰথমাৰ্ধৰ পৰাই ইষ্ট বেংগলে আইজল এফ চিৰ বিপক্ষে আক্ৰমণাত্মক মনোভাবেৰে খেলপথাৰত নামিছিল যদিও কিন্তু আইজল এফ চিয়ে তেওঁলোকৰ সকলো প্ৰচেষ্টা সম্পূৰ্ণৰূপে ব্যৰ্থ কৰে।

আনহাতে আইজলেও মেচখনত কিছু পৰিমানে দৰ্শনীয় খেলৰ প্ৰদৰ্শন কৰিছিল যদিও গ’ল কৰাত তেওঁলোকো ব্যৰ্থ হোৱা পৰিলক্ষিত হয়।

আক্ৰমণ-প্ৰত্যাক্ৰমণৰে ভৰা মেচখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় আইজল এফ চিৰ গ’লকীপাৰ লালমপুইয়া। গোটেই মেচখনতে বিপক্ষৰ বিৰুদ্ধে গ’লকীপাৰগৰাকীয়ে বহুতো প্ৰত্যাক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হয়।

কিন্তু যুৱ খেলুৱৈ লালমপুইয়াই মেচৰ ইঞ্জুৰী টাইমত কৰা এটা ভূলৰ বাবে আইজল এফ চিয়ে ছুপাৰ কাপৰ প্ৰথম সংস্কৰণৰ ছেমি ফাইনেল খেলাৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল।

আনহাতে ছুপাৰ কাপ প্ৰৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল অহা ১১ এপ্ৰিলৰ দিনা শ্বিলং লাজং আৰু মোহন বাগানৰ মাজত অনুষ্ঠিত হ’ব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd