• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধৰ্ষণক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা আৰক্ষীৰ: আৰক্ষীৰ বিৰুদ্ধে অভিযোগ ধৰ্ষিতা কিশোৰীৰ পিতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2022 3:06 pm
Alleged rape of Alwar girl: Man accuses police of forcing him to accept his daughter was not assaulted
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ষণৰ বলি হোৱা এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীৰ পৰিয়ালক ধৰ্ষণৰ অভিযোগ নাকচ কৰি দুৰ্ঘটনা বুলি স্বীকাৰ কৰিবলৈ জোৰ দিছে আৰক্ষীয়ে। আৰক্ষীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনিছে কিশোৰীগৰাকীৰ পিতৃয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজস্থানৰ আলৱাৰত যৌনাঙ্গৰ ওচৰত আঘাতপ্ৰাপ্ত অৱস্থাত বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছিল।

Apply Now

পৰিয়ালৰ লোকসকলে কিশোৰীগৰাকীক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতে চিকিৎসকসকলে এইয়া ধৰ্ষণৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছিল।

পিছত কিশোৰীগৰাকীক জয়পুৰৰ জে কে ল’ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু কিশোৰীগৰাকীক অস্ত্ৰোপচাৰ কৰা হয়।

আনহাতে আৰক্ষীয়েও প্ৰথমতে ইয়াক ধৰ্ষণৰ ঘটনা বুলি সন্দেহ কৰিছিল যদিও পিছত এক চিকিৎসা প্ৰতিবেদনৰ আধাৰত জিলা আৰক্ষী অধীক্ষকে ধৰ্ষণৰ সম্ভাৱনা অস্বীকাৰ কৰি দুৰ্ঘটনা বুলি বৰ্ণনা কৰে।

কিন্তু আৰক্ষীৰ এই দাবী কিশোৰীগৰাকীৰ পিতৃয়ে মানি ল’বলৈ অনিচ্ছা প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁলোক আৰক্ষীৰ তদন্তত সন্তুষ্ট নহয় আৰু ন্যায়ৰ আশা কৰিছে।

“আৰক্ষীয়ে আমাক এইয়া এটা দুৰ্ঘটনা বুলি স্বীকাৰ কৰিবলৈ বাধ্য কৰিছে। আমি ভয় খাইছো আৰু কেৱল ন্যায় বিচাৰো।” সাংবাদিকৰ আগত কিশোৰীগৰাকীৰ পিতৃয়ে কয়।

“এতিয়া আৰক্ষী বিষয়াসকলে আমাক ইয়াক দুৰ্ঘটনা হিচাপে গ্ৰহণ কৰিবলৈ কৈছে। আমি আৰক্ষীৰ তদন্তত সন্তুষ্ট নহয়। আমাক ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ বিৱৰণও দিয়া হোৱা নাই।” তেওঁ কয়।

তেওঁ লগতে অভিযোগ কৰে যে আৰক্ষী বিষয়াসকলে এই ঘটনাক দুৰ্ঘটনা হিচাপে গ্ৰহণ কৰিলে তেওঁ অধিক ধন লাভ কৰিব বুলিও লোভ দেখুৱায়।

আনহাতে কিশোৰীগৰাকীৰ পিতৃৰ এই গুৰুতৰ অভিযোগ সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে আলৱাৰৰ আৰক্ষী অধীক্ষক তেজাৱানী গৌতম।

ইতিমধ্যে সমগ্ৰ বিষয়টো বিতৰ্কৰ মাজত সোমাই পৰাৰ পিছতে ৰাজ্য চৰকাৰে গোচৰটোৰ তদন্তৰ দায়িত্ব চিবিআইক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd