• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ ঘৰ বিক্ৰী কৰিলে অমিতাভ বচ্চনে; দাম শুনিলেই চকু কপালত উঠিব আপোনাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2022 6:43 pm
Amitabh sell house
461
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ কিংবদন্তি অভিনেতা অমিতাভ বচ্চনে তেওঁৰ দিল্লীৰ গুলমোহৰ পাৰ্কত থকা ঘৰটো বিক্ৰী কৰিলে।মহাৰাষ্ট্ৰত বচ্চন পৰিয়ালৰ অজস্ৰ সম্পত্তি থাকিলেও দিল্লীত থকা এই স্মৃতি বিজড়িত ঘৰটো বিক্ৰী কৰি দিলে অমিতাভে।

জানিব পৰা মতে, সেই ঘৰটোত এসময়ত অমিতাভৰ পিতৃ-মাতৃ আছিল।

বাতৰি অনুসৰি, ডিচেম্বৰ মাহতেই বিগ-বিয়ে দিল্লীৰ গুলমোহৰ পাৰ্কৰ ‘সোপান’ নামৰ ঘৰটো ২৩কোটি টকাত বিক্ৰী কৰি দিয়ে। অমিতাভৰ পৰা এই ঘৰটো ক্ৰয় কৰিছে Nezone গ্ৰুপে।

লগতে পঢ়ক: মহিলা সহকৰ্মীৰ সৈতে গোপন সম্পৰ্ক! CNNৰ মুৰব্বী জেফ জাকাৰৰ পদত্যাগ

যোৱা ৭ ডিচেম্বৰত বিক্ৰী কৰা হৈছে ৪১৮.০৫ বৰ্গ ফুটৰ এই ঘৰটো। খুব সংগোপনে বিক্ৰী কৰি দিয়া হৈছে এই ঘৰটো।

ঘৰটো ক্ৰয় কৰা Nezone গ্ৰুপৰ অবনী বাদেৰে বচ্চন পৰিয়ালৰ এই পুৰণি ঘৰটো ভাঙি নতুন ৰূপত নিৰ্মাণ কৰিব।

লগতে পঢ়ক:স্বামী লাগিব নেকি? স্বামীৰ নিলাম ঘোষণা কৰি মহিলাৰ চৰ্ত’ ‘সলনি বা ঘুৰাই লোৱা নহয়’

অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰাই বচ্চন আৰু মাতৃ তেজী বচ্চন এই ঘৰটোতেই বাস কৰিছিল। মুম্বাইলৈ গুচি যোৱাৰ পূৰ্বে অমিতাভে নিজেও এই ঘৰটোত আছিল। বৰ্তমানৰ মুম্বাইৰ জুহুত থকা ‘জলসা’ত পৰিয়ালৰ সৈতে থাকে অমিতাভ।

বহুদিন ধৰি খালী পৰি থকা দিল্লীৰ এই ঘৰটো অৱশেষত অমিতাভে বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লয়।      

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd