• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষা মন্ত্ৰালয়ৰ প্ৰতীকপটলৈ গণৰাজ্য দিৱস পেৰেডৰ শ্ৰেষ্ঠ প্ৰতীকপটৰ বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2022 7:46 pm
Best tableau award at Republic Day Parade
143
VIEWS
Share on FacebookShare on Twitter

গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা শিক্ষা মন্ত্ৰালয়ৰ প্ৰতীকপটে মন্ত্ৰালয় আৰু বিভাগ শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ প্ৰতীকপট বঁটা লাভ কৰিছে।

শিক্ষা মন্ত্ৰালয়ৰ প্ৰতীকপটৰ দ্বাৰা ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ সময়ত “বেদাচ টু মেটাভাৰ্চ” শীৰ্ষক বিষয়বস্তুৰ জৰিয়তে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ (এনইপি) গুৰুত্বপূৰ্ণ দিশবোৰ প্ৰদৰ্শন কৰা হৈছিল।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে টুইটাৰ যোগে বিজয়ী সকলক অভিনন্দন জনাই কয়: “গণতন্ত্ৰ দিৱস পেৰেড ২০২২ত প্ৰতিযোগিতামূলক প্ৰেজেণ্টেচনৰ সকলো বিজয়ীক অভিনন্দন!”

মন্ত্ৰীগৰাকীয়ে লগতে কয়: “ভাৰতৰ শিক্ষা মন্ত্ৰালয়ে কেন্দ্ৰীয় মন্ত্ৰালয়-বিভাগ শাখাত শ্ৰেষ্ঠ প্ৰতীকপট বঁটা লাভ কৰা দেখি বিশেষভাৱে আনন্দিত হৈছো।”

 

Congratulations to all the winners of the competitive presentation in the Republic Day Parade 2022!

Specially delighted to see the @EduMinOfIndia tableau winning the best tableau award in the Central Ministries/Deptts. category. pic.twitter.com/4vyQPGFm8E

— Dharmendra Pradhan (@dpradhanbjp) February 4, 2022

উল্লেখ্য যে প্ৰতীকপটৰ সন্মুখৰ অংশত বেদৰ পৰা আৰম্ভ কৰি শিক্ষাৰ ক্ষেত্ৰত দেশৰ গৌৰৱময় অতীত, শিক্ষাৰ গুৰুকুল ব্যৱস্থা আৰু নালন্দাৰ দৰে প্ৰাচীন বিশ্ববিদ্যালয়ৰ ছবি দেখুওৱা হৈছিল।

আনহাতে পিছফালৰ অংশটোত উদ্ভাৱন আৰু সৃজনশীলতাৰ প্ৰতীক হিচাপে এক উজ্জ্বল বাল্বযুক্ত মগজুৰ দৰে গাঁথনিৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল।

বিভিন্ন বয়সৰ শিক্ষাৰ্থীসকলে প্ৰতীকপটৰ সৈতে দক্ষতা বিকাশ, আনন্দদায়ক শিক্ষণ আৰু বৰ্ধিত বাস্তৱতা আৰু ভাৰ্চুৱেল বাস্তৱতাৰ দৰে শেহতীয়া প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

প্ৰতীকপটৰ ওপৰত ডিজিটেল কিতাপ এখনৰ এল.ই.ডি. স্ক্ৰীণত থকা ভিডিঅ’টোত বহুমুখী শিক্ষা, গৱেষণা আৰু উদ্ভাৱন, ষ্টাৰ্টআপ, ৰবটিক্স আৰু মেটাভাৰ্চ দৃশ্যমান হৈছিল।

প্ৰাচীন কালৰ পৰা আধুনিক যুগলৈকে শিক্ষাবিদ আৰু বিজ্ঞানীসকলৰ ছবিও প্ৰতীকপটৰ দুয়োফালে দেখা গৈছিল।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd