• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শিক্ষা মন্ত্ৰালয়ৰ প্ৰতীকপটলৈ গণৰাজ্য দিৱস পেৰেডৰ শ্ৰেষ্ঠ প্ৰতীকপটৰ বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2022 7:46 pm
Best tableau award at Republic Day Parade
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা শিক্ষা মন্ত্ৰালয়ৰ প্ৰতীকপটে মন্ত্ৰালয় আৰু বিভাগ শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ প্ৰতীকপট বঁটা লাভ কৰিছে।

শিক্ষা মন্ত্ৰালয়ৰ প্ৰতীকপটৰ দ্বাৰা ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ সময়ত “বেদাচ টু মেটাভাৰ্চ” শীৰ্ষক বিষয়বস্তুৰ জৰিয়তে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ (এনইপি) গুৰুত্বপূৰ্ণ দিশবোৰ প্ৰদৰ্শন কৰা হৈছিল।

Apply Now

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে টুইটাৰ যোগে বিজয়ী সকলক অভিনন্দন জনাই কয়: “গণতন্ত্ৰ দিৱস পেৰেড ২০২২ত প্ৰতিযোগিতামূলক প্ৰেজেণ্টেচনৰ সকলো বিজয়ীক অভিনন্দন!”

মন্ত্ৰীগৰাকীয়ে লগতে কয়: “ভাৰতৰ শিক্ষা মন্ত্ৰালয়ে কেন্দ্ৰীয় মন্ত্ৰালয়-বিভাগ শাখাত শ্ৰেষ্ঠ প্ৰতীকপট বঁটা লাভ কৰা দেখি বিশেষভাৱে আনন্দিত হৈছো।”

 

Congratulations to all the winners of the competitive presentation in the Republic Day Parade 2022!

Specially delighted to see the @EduMinOfIndia tableau winning the best tableau award in the Central Ministries/Deptts. category. pic.twitter.com/4vyQPGFm8E

— Dharmendra Pradhan (@dpradhanbjp) February 4, 2022

উল্লেখ্য যে প্ৰতীকপটৰ সন্মুখৰ অংশত বেদৰ পৰা আৰম্ভ কৰি শিক্ষাৰ ক্ষেত্ৰত দেশৰ গৌৰৱময় অতীত, শিক্ষাৰ গুৰুকুল ব্যৱস্থা আৰু নালন্দাৰ দৰে প্ৰাচীন বিশ্ববিদ্যালয়ৰ ছবি দেখুওৱা হৈছিল।

আনহাতে পিছফালৰ অংশটোত উদ্ভাৱন আৰু সৃজনশীলতাৰ প্ৰতীক হিচাপে এক উজ্জ্বল বাল্বযুক্ত মগজুৰ দৰে গাঁথনিৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল।

বিভিন্ন বয়সৰ শিক্ষাৰ্থীসকলে প্ৰতীকপটৰ সৈতে দক্ষতা বিকাশ, আনন্দদায়ক শিক্ষণ আৰু বৰ্ধিত বাস্তৱতা আৰু ভাৰ্চুৱেল বাস্তৱতাৰ দৰে শেহতীয়া প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

প্ৰতীকপটৰ ওপৰত ডিজিটেল কিতাপ এখনৰ এল.ই.ডি. স্ক্ৰীণত থকা ভিডিঅ’টোত বহুমুখী শিক্ষা, গৱেষণা আৰু উদ্ভাৱন, ষ্টাৰ্টআপ, ৰবটিক্স আৰু মেটাভাৰ্চ দৃশ্যমান হৈছিল।

প্ৰাচীন কালৰ পৰা আধুনিক যুগলৈকে শিক্ষাবিদ আৰু বিজ্ঞানীসকলৰ ছবিও প্ৰতীকপটৰ দুয়োফালে দেখা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd