• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাস্থ্যৰ অৱনতি! পুনৰ ভেন্টিলেশ্যনলৈ নিয়া হৈছে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2022 2:47 pm
WhatsApp-Image-2022-01-31-at-8.49.32-AM
154
VIEWS
Share on FacebookShare on Twitter

কিংবদন্তি কণ্ঠশিল্পী ভাৰতৰত্ন লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পুনৰ ভেন্টিলেশ্যনত দিয়া হৈছে। কিছুদি পূৰ্বে কৰ’নাত আক্ৰান্ত হৈছিল ৯২ বছৰীয়া সুৰ সম্ৰাজ্ঞীগৰাকী।

যোৱা ১১জানুৱাৰীত লতা মংগেশকাৰক মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। কোভিডত আক্ৰান্ত কণ্ঠশিল্পীগৰাকীৰ নিউমোনিয়া ধৰা পৰিছিল।

শনিবাৰ হাস্পাতাল কৰ্তৃপক্ষই দিয়া এক বিবৃতিত কোৱা হৈছে, ‘’লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱস্থা পুনৰ অৱনতি ঘটিছে।‘’

বিবৃতিটোত হাস্পাতালখনৰ চিকিৎসক প্ৰতীত সমধানীয়ে কয়,’’কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। তেওঁক ভেন্টিলেটৰ ছাপোৰ্টত ৰখা হৈছে। তেওঁ বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে।‘’

লগতে পঢ়ক: প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক পৰাজিত কৰা বিজেপিৰ প্ৰথম সাংসদ জংগা ৰেড্ডীৰ মৃত্যু

উল্লেখ্য যে প্ৰায় তিনি সপ্তাহ ধৰি হাস্পাতালৰ ভেন্টিলেশ্যনত থকাৰ পাছত যোৱা ৩০ জানুৱাৰীত সুৰ সম্ৰাজ্ঞী গৰাকীক সুস্থ হৈ উঠাৰ বাবে ভেন্টিলেশ্যনৰ পৰা বাহিৰলৈ অনা হৈছিল।

শাৰীৰিক দুৰ্বলতা আছিল  যদিও তেতিয়া তেওঁ চিকিৎসকসকলৰ সৈতে কথাও পাতিছিল।

হাস্পাতালত ভৰ্তি হোৱৰ পাছৰে পৰাই তেওঁৰ অজস্ৰ অনুৰাগীয়ে সুৰ সম্ৰাজ্ঞীগৰাকীৰ অসুস্থতাক লৈ চিন্তিত হৈ পৰাৰ লগতে আশু আৰোগ্য কামনা কৰি আহিছে।      

Recent News

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd