• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
February 10, 2022 3:13 pm
elephant died 1

ফটো: নৰ্থইষ্ট নাও।

177
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। ৬ ঘণ্টাৰো অধিক সময় মৃত্যুৰে যুঁজি হাৰ মানিলে প্ৰাপ্তবয়স্ক হাতীটোৱে।

বৃহস্পতিবাৰে পুৱাৰ ভাগত কলিয়াবৰৰ সোণাৰী চাহ বাগিচাৰ ৯ নং লাইনৰ সমীপত বনৰীয়া হাতীটো অসুস্থ অৱস্থাত পৰি থকা দেখি স্থানীয় লোকে বন বিভাগক খবৰ দিছিল।

শিলঘাট বন খণ্ডৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰে।

কাজিৰঙাৰ পৰা অহা ৱাইল্ডলাইফ ট্ৰাষ্টৰ চিকিৎসকে সংকটজনক অৱস্থাত পৰি থকা হাতীটোৰ চিকিৎসা আৰম্ভ কৰে যদিও কিছু সময়ৰ পিছতে হাতীটোৰ মৃত্যু ঘটে।

লগতে পঢ়ক: হাস্পাতালত ভৰ্তি অভিনেতা-পৰিচালক অমল পালেকৰ; কি হৈছে ‘গোলমাল’ৰ নায়কগৰাকীৰ?

খাদ্যৰ সন্ধানত ওলাই আহি নিশা অন্য হাতীৰ লগত যুঁজৰ ফলতে হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰিছে বন বিভাগে।

আনহাতে, বিষক্ৰিয়া অথবা অন্য কোনো সংক্ৰমণৰ ফলতো হাতীটোৰ মৃত্যু ঘটিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকে।

মৰণোত্তৰ পৰীক্ষাৰ পিছত বন বিভাগে হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰে।

ইপিনে, স্থানীয় লোকসকলে পুস্পাঞ্জলি দি অশ্ৰু অঞ্জলিৰে হাতীটোক শেষ বিদায় দিয়ে।

Recent News

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

পুনেত চাঞ্চল্যকৰ ঘটনা! চাকৰি হেৰুৱাই ঋণৰ বোজাত জৰ্জৰিত আই টি কৰ্মীৰ ডকাইতিৰ চেষ্টা

পুনেত চাঞ্চল্যকৰ ঘটনা! চাকৰি হেৰুৱাই ঋণৰ বোজাত জৰ্জৰিত আই টি কৰ্মীৰ ডকাইতিৰ চেষ্টা

ট্ৰাম্পৰ ভাবুকিৰ মাজতে ৰাছিয়াৰ উপ-ৰক্ষা মন্ত্ৰীক সাক্ষাৎ ভাৰতৰ ৰাষ্ট্ৰদূতৰ

ট্ৰাম্পৰ ভাবুকিৰ মাজতে ৰাছিয়াৰ উপ-ৰক্ষা মন্ত্ৰীক সাক্ষাৎ ভাৰতৰ ৰাষ্ট্ৰদূতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd