• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমতো মুন্নাভাই এমবিবিএছ! ’নীট’ ক্লিয়েৰ কৰি এইমছত ছীট পোৱা চাহ বিক্ৰেতা যুৱকৰ কাহিনী ‘ভুৱা’; স্থানীয় লোকৰ তদন্ত দাবী

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
February 11, 2022 7:21 am
WhatsApp Image 2022-02-11 at 6.33.59 AM
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশ্চৰ্যযজনকভাৱে ৰাজ্যখনৰ বজালী অঞ্চলৰ এজন চাহ বিক্ৰেতা যুৱকে সৰ্বভাৰতীয় মেডিকেল প্রবেশ পৰীক্ষা ‘নীট’ ক্লিয়েৰ কৰি এইমছৰ দৰে প্ৰতিষ্ঠানত পঢ়িবলৈ সুযোগ লাভ কৰাৰ উৎসাহজনক খৱৰটো আচলতে ‘ভুৱা’ আছিল বুলি পোহৰলৈ আহিছে।

বাতৰি অনুসৰি, বজালীৰ পাটাছাৰকুছিৰ এজন চাহ বিক্ৰেতাৰ সন্তান ৰাহুল দাসে ‘নীট’ পৰীক্ষা দি এইমছত এমবিবিএছ পঢ়াৰ সুযোগ লাভ কৰিছিল।

কিন্তু এই উৎসাহজনক বাতৰিয়ে সকলোৰে অন্তৰ জয় কৰাৰ দুদিন পিছতে উৰহীৰ ওৰ ওলাই পৰিল। দেখা গৈছে যে ৰাহুলৰ এডমিট কাৰ্ডখন ফটোশ্বপত বনোৱা আৰু তেওঁৰ এডমিট কাৰ্ডত থকা ৰোল নম্বৰ তথা জন্মৰ তাৰিখৰ এক স্পষ্ট অমিল ধৰা পৰিছে।

Apply Now

লগতে পঢ়ক: কিমান স্পীডত গাড়ী চলাব আপুনি? কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাহুলৰ এডমিট কাৰ্ডত থকা ৰোল নম্বৰ -2303001114, টো দৰাচলতে হাৰিয়ানাৰ এগৰাকী ছাত্ৰী কিৰনজিৎ কৌৰৰহে যাৰ সৰ্বভাৰতীয় ৰেংক হৈছে 11656 ।

পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ৰাজ্য চৰকাৰে তেওঁৰ শৈক্ষিক খৰচ বহন কৰিব।

আনহাতে, আন এগৰাকী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাহুলৰ পাটাছাৰকুছিৰ বাসগৃহত গৈ তেওঁক সম্বৰ্দ্ধনাও জনাইছিল।

এই ঘটনাৰ শেহতীয়া স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাটাছাৰকুছিৰ এগৰাকী স্থানীয় বাসিন্দা দৰ্পন অ’লেমানে কয়,’’আমি তেওঁক বহুদিনৰ পৰাই জানো, তেওঁ নিজৰ পৃথিৱীত বিচৰণ কৰি ফুৰে। আমি তেওঁক যোগাযোগ কৰিব বিচাৰিছিলো যদিও তেওঁ আমাৰ ফোনৰ সঁহাৰি দিয়া নাছিল। সেয়ে, আমি তেওঁৰ মাৰ্কশ্বিট পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিলো আৰু তেতিয়াই আমাৰ সন্দেহ উপজিল।আমি তেওঁৰ মাৰ্কশ্বিট পৰীক্ষা কৰি আচৰিত হৈ পৰো যেতিয়া দেখো যে সেইখন ফটোশ্বপত বনোৱা হৈছে।‘’

লগতে পঢ়ক: অবৈধ সম্পৰ্ক! শিৱসাগৰৰ ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ; গাড়ীৰ গ্লাচ ভাঙি প্ৰহাৰ যুৱতীক

তেওঁ লগতে কয়,’’আমি যেতিয়া অফিচিয়েল ৱেবছাইটত তেওঁৰ ৰোল নম্বৰটো বিচাৰিলো, হাৰিয়ানৰ কিৰনজিৎ কৌৰ নামৰ এজনী ছাত্ৰীৰ ফলাফলহে তাত দেখা গ’ল।‘’

আন এগৰাকী স্থানীয় বাসিন্দা পংকজ শৰ্মাই কয়,’’ এয়া সমগ্ৰ অসমবাসীৰ বাবেই লজ্জাজনক। তেওঁ কিয় ৰাইজ তথা সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰিলে? এইটো এক ডাঙৰ প্ৰশ্ন।‘’

লগতে পঢ়ক:দাবী নে ভৱিষ্যতবাণী! ত্ৰিৰংগ পতাকাৰ ঠাই ল’ব হিন্দুত্ববাদীৰ গেৰুৱা পতাকাই! ক’লে বিজেপিৰ মন্ত্ৰীয়ে

শৰ্মাই লগতে কয়,’’ হয়, এক অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা তেওঁ এগৰাকী মেধাবী ছাত্ৰ। আমি যেতিয়া তেওঁৰ আবেদন নম্বৰ তথা জন্মৰ তাৰিখৰ তথা দি তেওঁৰ তথ্য বিচাৰিলো, শিক্ষা মন্ত্ৰালয়ৰ NTA ৰিজাল্টত দেখো-তেওঁৰ আবেদন নম্বৰ তথা জন্মৰ তাৰিখ অফিচিয়েল ৱেবছাইটত ইনভেলিড শ্ব’ কৰিছে।  (https://ntaresults.nic.in/resultservices/NEET-2021-auth).” 

‘’সেয়ে, আমি কৰ্তৃপক্ষক বিষয়টো অনুসন্ধান কৰিবলৈ আহ্বান জনাওঁ,’’- তেওঁ লগতে কয়।

শশাংক তালুকদাৰ, বজালী

শশাংক তালুকদাৰ, বজালী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd