• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত নেছলে ইণ্ডিয়াৰ বিশ্ব স্বাস্থ্য দিৱস উদ্‌যাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 9:39 am
Nestle India

প্ৰতিনিধিত্বমূলক চিত্ৰ

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এফ ডি এ অসম আৰু মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগিতাত নেছলে ইণ্ডিয়াই গুৱাহাটীত উদ্‌যাপন কৰে বিশ্ব স্বাস্থ্য দিৱস। নেছলে ইণ্ডিয়াৰ ‘নেছলে হেলডী কিড্‌ছ প্ৰগ্ৰেম’ নামৰ কাৰ্যসূচীটোত ৰাজ্যখনৰ প্ৰায় ৫০০০ কিশোৰ-কিশোৰীৰ লগতে ১৫০০ গৰাকী অভিভাৱক উপস্থিত থাকে।

‘নেছলে হেলডী কিড্‌ছ প্ৰগ্ৰেম’ৰ উদ্দেশ্য হ’ল কিশোৰ-কিশোৰীসকলৰ মাজত প্ৰাথমিক প্ৰয়োজনীয় পুষ্টি, স্বাস্থ্যসন্মত খাদ্য ৰন্ধন, স্বাস্থ্যসন্মত ভোজন, স্বাস্থ্য বিধি, শাৰীৰিক কাৰ্যপলাপ তথা জীৱন-শৈলীৰ ৰোগসমূহৰ বিষয়ে সজাগতা প্ৰদান কৰা।

ইয়াৰ উপৰি ঘৰতে স্বাস্থ্য বিধিসমূহ প্ৰণয়ন কৰাৰ অভ্যাস গঢ়ি তোলাৰ বাবে নেছলেৰ কৰ্তৃপক্ষই অভিভাৱকসকলক পৰামৰ্শ আগবঢ়ায়। শিক্ষাৰ জৰিয়তে শিশুসকলক পুষ্টি আৰু শাৰীৰিক সক্ৰিয়তাৰ গুৰুত্ব সম্পৰ্কে আভাস দিব পাৰি আৰু ক্ৰমে  তেওঁলোক ডাঙৰ হৈ অহাৰ লগে লগে এই অভ্যাসসমূহ কিদৰে অব্যাহত ৰাখিব পাৰে সেয়াও ধাৰণা দিব পাৰি।

‘নেছলে হেলডী কিড্‌ছ প্ৰগ্ৰেম’ৰ অধীনত কিশোৰ-কিশোৰীসকলক ভৱিষ্যতে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন নহ’বলৈ স্বাস্থ্যসন্মত জীৱনশৈলী যাপন সন্দৰ্ভত  উৎসাহিত কৰা হয়।

নেছলে ইণ্ডিয়াৰ ঔদ্যোগিক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ উপ-অধ্যক্ষ সঞ্জয় খাজুৰিয়াই ব্যক্তব্য প্ৰদান কৰি কয় যে ‘নেছলে হেলডী কিড্‌ছ প্ৰগ্ৰেম’ কাৰ্যসূচীয়ে ২১খন ৰাজ্যৰ প্ৰায় দুই লাখ হিতাধিকাৰীক স্পৰ্শ কৰিছে আৰু অনাগত দিনসমূহত আমি এই কাৰ্যসূচীৰ জৰিয়তে অধিক শিশু সাঙুৰি লোৱাৰ পৰিপল্পনা কৰিছো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

August 15, 2025 6:18 pm
ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

August 15, 2025 6:18 pm
ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd