• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীত চাকৰিৰ প্ৰলোভনেৰে নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা প্ৰবঞ্চকক গ্ৰেপ্তাৰ গীতা নগৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 1:50 pm
132
VIEWS
Share on FacebookShare on Twitter

মহানগৰীত চাকৰিৰ প্ৰলোভনেৰে নিৱনুৱাৰ পৰা ধন সংগ্ৰহ কৰা ৭ টা প্ৰবঞ্চকক গীতা নগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে মানসজ্যোতি মহন্ত নামৰ এজন ভুক্তভোগী নিবনুৱা যুৱকৰ এজাহাৰৰ ভিত্তিত গীতা নগৰ আৰক্ষীয়ে প্ৰবঞ্চক কেইটাক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে গীতা নগৰৰ শান্তি নগৰত নিউ লাইভ নামৰ এটা প্ৰতিষ্ঠান খুলি প্ৰবঞ্চক কেইটাই চাকৰি দিয়াৰ নামত কেইবাজনো নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল।

প্ৰতিষ্ঠানটোৰ প্ৰবঞ্চনাৰ সম্পৰ্কত শেহতীয়াকৈ মানসজ্যোতি মহন্তই জানিব পাৰি গীতা নগৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰে। আনহাতে আৰক্ষীয়ে মানসজ্যোতিয়ে ৰুজু কৰা গোচৰৰ ভিত্তিতে প্ৰতিষ্ঠানটোত অভিযান চলাই প্ৰৱঞ্চক কেইটাক আটক কৰে।

আটকাধীন প্ৰবঞ্চক কেইটাক গীতানগৰ আৰক্ষীয়ে ক্ৰমে প্ৰিয়া দেৱী, অন্তৰা ভট্টাচাৰ্য, মল্লিকা দেৱনাথ, কৰৱী পাটগিৰী, লিটি কলিতা, ব্যভিচৰণ কাঠাৰ আৰু মৃণাল শইকীয়া বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে প্ৰবঞ্চক কেইটাক জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে এনেদৰে ভুৱা প্ৰতিষ্ঠান খুলি ৰাজ্যখনৰ নিবনুৱা সকলৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। গতিকে স্থানীয় সচেতন মহলে এই ক্ষেত্ৰত প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd