• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

খহি পৰিল বংগৰ সংগীত জগতৰ সোণালী তৰা: কিংবদন্তী গায়িকা সন্ধ্যা মুখাৰ্জীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2022 7:56 am
Sandhya Mukherjee
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বংগৰ সংগীত জগতত এটা সোণালী যুগৰ সমাপ্তি। বংগৰ সংগীত জগতত এক সুকীয়া স্থান দখল কৰা কিংবদন্তী গায়িকা সন্ধ্যা মুখাৰ্জীয়ে ত্যাগ কৰিলে শেষ নিশ্বাস।

৯০ বছৰীয়া কিংবদন্তী গায়িকাগৰাকীয়ে মঙলবাৰে সন্ধিয়া কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।

সন্ধ্যা মুখাৰ্জীয়ে সংগীত জগতক তেওঁৰ কণ্ঠৰ যাদুৰে কেইবা দশক ধৰি মোহাচ্ছন্ন কৰি ৰাখিছিল। প্ৰায় ১৭ খন হিন্দী চলচ্চিত্ৰৰ বাবে গান গোৱাৰ পিছত, তেওঁ ব্যক্তিগত কাৰণত কলকাতালৈ গুচি যায়।

তেতিয়াৰ পৰাই বংগৰ সুমধুৰ পৃথিৱীত এটা নতুন অধ্যায় আৰম্ভ হৈছিল। তেওঁ ‘জয় জয়ন্তী’, ‘নিশিপদ্ম’ বোলছবিত কণ্ঠদানৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

বেংগল বিভূষণেৰে সন্মানিত সন্ধ্যা মুখাৰ্জীৰ নাম কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ গণতন্ত্ৰ দিৱসৰ এদিন পূৰ্বে ঘোষণা কৰা পদ্মশ্ৰী বঁটাৰ বাবে বিবেচিত কৰিছিল। কিন্তু শিল্পীগৰাকীয়ে চৰকাৰৰ এই সন্মান প্ৰত্যাখ্যান কৰিছিল।

ইয়াৰ পিছতে তেওঁ ২৭ জানুৱাৰীত ক’ভিদত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল। প্ৰবীণ গায়িকাগৰাকী ২৭ জানুৱাৰীৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

মঙলবাৰে, এপ’ল’ চিকিৎসালয়ে এক চিকিৎসা বুলেটিনত তেওঁক আইচিইউলৈ স্থানান্তৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছিল। অৱশেষত কালি নিশাই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

শিল্পীগৰাকীৰ মৃত্যুত শোকাহত হৈ পৰিছে অনুৰাগী সকল। কিংবদন্তী শিল্পী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সাংস্কৃতিক জগতৰ তাৰকাসকলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে প্ৰসিদ্ধ শিল্পী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।

গীতশ্রী সন্ধ্যা মুখোপাধ্যায়ের প্রয়াণে আমরা সকলে শোকাহত। আমাদের সাংস্কৃতিক জগতের অপূরণীয় ক্ষতি হল। আগামী প্রজন্মও তাঁর সুরেলা কন্ঠে আবিষ্ট হবে। শোকের এই মুহূর্তে তাঁর পরিবার পরিজন ও গুণমুগ্ধদের সমবেদনা জানাই। ওঁ শান্তি।

— Narendra Modi (@narendramodi) February 15, 2022

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও টুইটাৰ যোগে কিংবদন্তী শিল্পী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনায়।

 

Deeply saddened that Geetashree Sandhya Mukhopadhyay, the queen of melody in Bengal, is no more. Her departure creates an eternal void in our world of music and in the hearts of millions of her followers here and in the diaspora.(1/3)

— Mamata Banerjee (@MamataOfficial) February 15, 2022

স্মৰ্তব্য যে ১৯৭২ চনৰ জানুৱাৰী মাহত বাংলাদেশৰ প্ৰতিষ্ঠাপক পিতৃ শ্বেখ মুজিবুৰ ৰহমান কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত “বঙ্গবন্ধু ফিৰে বালো তোমাৰ, স্বপ্নাৰ স্বধিন বাংলাই” গীতটোৱে তেওঁক আদৰণি জনোৱা হৈছিল। এই বিখ্যাত গীতটোত কণ্ঠদান কৰিছিল সন্ধ্যা মুখাৰ্জীয়ে।

এই গীতটি বহু সংখ্যক লোকৰ দুখ-কষ্ট আৰু ত্যাগৰ এক শান্ত আৰু আৱেগিক স্মাৰক আছিল। মুখাৰ্জীৰ কণ্ঠত প্ৰাণ পাই উঠা গীতটিয়ে কেৱল মুক্তি বাহিনীৰ সৈনিকসকলক অনুপ্ৰাণিত কৰাই নহয়, লগতে মানুহৰ হৃদয় আৰু মনত দেশপ্ৰেমৰ উৎসাহ সৃষ্টি কৰি সাধাৰণ মানুহক একত্ৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

September 11, 2025 5:34 pm
উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

September 11, 2025 5:25 pm
নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

September 11, 2025 4:52 pm
নেপালৰ জেলৰ পৰা পলায়ন ১৫ হাজাৰ কুখ্যাত অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা! বাঢ়িছে আতংক

নেপালৰ জেলৰ পৰা পলায়ন ১৫ হাজাৰ কুখ্যাত অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা! বাঢ়িছে আতংক

September 11, 2025 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

September 11, 2025 5:34 pm
উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

September 11, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd