• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৫৯টা,পঞ্জাৱৰ মুঠ ১১৭টা সমষ্টিতে আজি ভোটগ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2022 1:04 pm
Punjab-voters
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দুখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। উত্তৰ প্ৰদেশত আজি তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হোৱাৰ বিপৰীতে পঞ্জাৱত আজি এটা পৰ্যায়তে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।  

আজি পুৱা ৮বজাৰ পৰা দুয়োখন ৰাজ্যৰ মুঠ ১৭৬টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশত ৫৯টা সমষ্টিৰ বাবে আৰু পঞ্জাৱত মুঠ ১১৭খন আসনৰ বাবেই আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্য দুখনৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ আজি ভাগ্য নিৰ্দ্ধাৰণ হ’ব।

উত্তৰ প্ৰদেশত আজি মুলায়েম সিঙৰ পুত্ৰ অখিলেশ যাদবৰ পুত্ৰৰ সমষ্টিতো ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

Apply Now

লগতে পঢ়ক: বিজেপিয়ে কোনোবাদিনা অসমখনকে কৰ্পোৰেটক লীজত দিব পাৰে: আছু

আনহাতে, পঞ্জাৱত মুখ্যমন্ত্ৰী চৰনজিৎ সিং চান্নিৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধু, আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ ভগৱন্ত মান, প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, প্ৰকাশ সিং বাদল তথা শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলকে ধৰি কেইবাগৰাকীও শক্তিশালী প্ৰাৰ্থী নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছে।

পঞ্জাৱত ক্ষমতাসীন কংগ্ৰেছ, আম আদমী পাৰ্টি, শিৰোমণি আকালি দল-বিএছপি মিত্ৰজোঁট, বিজেপি-পিএলচি-এছএডি (সংযুক্ত) আৰু সংযুক্ত সমাজ মৰ্চাৰ মাজত বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।

ৰাজ্যখনত আজি মুঠ ২কোটি ১৪লাখতকৈয়ো অধিক ভোটাৰে ৯৩গৰাকী মহিলাকে ধৰি মুঠ ১৩০৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্দ্ধাৰণ কৰিব। ৰাজ্যখনত পুৱা ৮বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৬বজাত সামৰণি পৰিব।

লগতে পঢ়ক: ৰাষ্ট্ৰপতি জো বিডেনৰ পিছত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্য,’ইউক্ৰেনত আক্ৰমণ চলাব ৰাছিয়াই’

ইপিনে, দেশৰ ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ দৃষ্টি আকৰ্ষণ কৰা উত্তৰ প্ৰদেশত আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। মুঠ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ আজিৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ৬২৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্দ্ধাৰণ হ’ব।

তদুপৰি, আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যখনৰ মুঠ ২কোটি ১৫লাখতকৈয়ো অধিক ভোটাৰে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সাৱ্যস্ত কৰিব। ৰাজ্যখনত আজি পুৱা ৭বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু সন্ধিয়া ৬টালৈকে ভোটগ্ৰহণ চলিব।        

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd